দিছপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(দিশপুৰৰ পৰা পুনঃনিৰ্দেশিত)
দিছপুৰ
—  ৰাজধানী চহৰ  —
দিছপুৰ is located in Assam
দিছপুৰ
ভৌগোলিক স্থানাংক: 26°08′27″N 91°47′27″E / 26.14083°N 91.79083°E / 26.14083; 91.79083স্থানাংক: 26°08′27″N 91°47′27″E / 26.14083°N 91.79083°E / 26.14083; 91.79083
দেশ  ভাৰত
ৰাজ্য অসম
অঞ্চল পশ্চিম অসম
জিলা কামৰূপ মহানগৰ
উচ্চতা ৫৫ মিটাৰ (১৮০.৪৪৬১৯৪২২৫৭২ ফুট)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
PIN 781005
Telephone code 91 - (0) 361 - XX XX XXX
যানবাহনৰ নম্বৰ AS - 25
Climate AC (Köppen)

দিছপুৰ /dɪsˈpʊər/,(ইংৰাজী: Dispur) অসমকামৰূপ মহানগৰ জিলাত অৱস্থিত বৃহত্তৰ গুৱাহাটী মহানগৰৰ অন্তৰ্গত এটা নগৰাঞ্চল৷ ১৯৭৩ চনৰ পৰাই এই অঞ্চলটো অসমৰ ৰাজধানী হিচাপে পৰিগণিত হৈ আহিছে৷ অসম সচিবালয় আৰু অন্যান্য গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্য্যালয়সমূহ এই অঞ্চলত অৱস্থিত৷

ইতিহাস[সম্পাদনা কৰক]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

অসম ট্ৰাংক ৰোড আৰু জি এছ ৰোড দিছপুৰৰ মাজেৰে পাৰ হৈ গৈছে৷

আন্ত:গাথঁনি[সম্পাদনা কৰক]

দিছপুৰত বহুতো চিকিৎসালয় তথা স্বাস্থ্য প্ৰতিষ্ঠান অাছে। সেইবোৰৰ ভিতৰত জি. এন. অাৰ. চি. হস্পিটেল, ডাউনটাউন হস্পিটেল, শংকৰদেৱ নেত্ৰালয় অাৰু দিছপুৰ হস্পিটেল উল্লেখযোগ্য।

যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]

শিক্ষা[সম্পাদনা কৰক]

দিছপুৰত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল- বিদ্যালয়-

  • দিছপুৰ উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

  • দিছপুৰ আইন মহাবিদ্যালয়
  • দিছপুৰ মহাবিদ্যালয়

ৰাজনীতি[সম্পাদনা কৰক]

দিছপুৰ গুৱাহাটী (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [1]

পৰ্যটনৰ স্থান[সম্পাদনা কৰক]

গুৰুত্বপূৰ্ণ কাৰ্য্যালয়[সম্পাদনা কৰক]

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]