আগৰতলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আগৰতলা
—  নগৰ  —
উজ্জয়ন্ত প্ৰাসাদ (ত্ৰিপুৰা ৰাজ্যিক সংগ্ৰহালয়)
ত্ৰিপুৰা বিধানসভা
মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ
আগৰতলা ৰেল ষ্টেচন
আগৰতলা is located in ত্ৰিপুৰা
আগৰতলা
ত্ৰিপুৰাত আগৰতলাৰ অৱস্থান
ভৌগোলিক স্থানাংক: 23°50′N 91°17′E / 23.833°N 91.283°E / 23.833; 91.283
দেশ  ভাৰত
ৰাজ্য ত্ৰিপুৰা
জিলা পশ্চিম ত্ৰিপুৰা
চৰকাৰ
 - প্ৰকাৰ পৌৰ নিগম
 - পৰিষদ আগৰতলা পৌৰ নিগম
 - মেয়ৰ দীপক মজুমদাৰ[1]
 - পৌৰ আয়ুক্ত শৈলেশ কুমাৰ যাদৱ, আইএএছ[2]
মাটিকালি
 - মুঠ ৭৬.৫০৪ কি.মি. 
(২৯.৫ বৰ্গ মাইল)
উচ্চতা ১২.৮০ মিটাৰ (৪১.৯৯ ফুট)
জনসংখ্যা (২০১১)[3]
 - মুঠ ৪,০০,০০৪ জন
 - জনঘনত্ব ৫,২২৮.৫ প্ৰতি বৰ্গ কি.মি. 
(১৩,৫৪১.৮ প্ৰতি বৰ্গ মাইল)
ভাষা
 - চৰকাৰী[4] বাংলা, ইংৰাজী আৰু ককবৰক
সময় অঞ্চল আইএচটি (গ্ৰী.মা.স.+5:30)
পিনক'ড 799001-10,
799012,
799014-15,
799022,
799055,
799115
টেলিফোন ক'ড 91 (0)381
যানবাহনৰ নম্বৰ TR 01 XX YYYY
জাতিগোষ্ঠী বঙালী, ত্ৰিপুৰী, অন্যান্য
ৱেবছাইট agartalacity.nic.in

আগৰতলা (বঙালী: আগরতলা; ইংৰাজী: Agartala, /ˌʌɡərtəˈlɑː/)[5] হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী, আৰু উত্তৰ-পূব ভাৰতৰ অন্যতম বৃহৎ চহৰ। চহৰখন আগৰতলা পৌৰ নিগমৰ দ্বাৰা পৰিচালিত হয়। চহৰখন ত্ৰিপুৰা চৰকাৰৰ আসন। ই বাংলাদেশ সীমান্তৰ ওচৰৰ হাওৰা নদীৰ পাৰত, বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা প্ৰায় ৯০ কিলোমিটাৰ (৫৫ মাইল) পূবত আৰু ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ পৰা প্ৰায় ২,৪৯৯ কিলোমিটাৰ (১,৫২২ মাইল) দূৰত[6] পশ্চিম ত্ৰিপুৰা জিলাত অৱস্থিত। ভাৰত চৰকাৰৰ এক ফ্লেগশ্বিপ আঁচনি স্মাৰ্ট চিটি মিছনৰ অধীনত আগৰতলা বিকশিত কৰা হৈ আছে। আগৰতলা মুম্বাই আৰু চেন্নাইৰ পিছত ভাৰতৰ তৃতীয় আন্তঃৰাষ্ট্ৰীয় ইণ্টাৰনেট গেটৱে।[7]

ব্যুৎপত্তি[সম্পাদনা কৰক]

"আগৰতলা" শব্দটো দুটা বঙালী শব্দৰ পৰা উদ্ভৱ হৈছে, যথা আগৰ আৰু তলা। আগৰ হৈছে একুইলাৰিয়া গণৰ এটা মূল্যৱান সুগন্ধি আৰু ধূপ গছ। আনহাতে, তলা শব্দৰ অৰ্থ হৈছে তলত। অৰ্থাৎ তলা প্ৰত্যয়টোৱে অঞ্চলটোৰ আগৰ গছৰ ঘনত্ব বুজায়।

ভূগোল আৰু জলবায়ু[সম্পাদনা কৰক]

Agartala (1981–2010, extremes 1953–present)ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 32.2
(90.0)
35.1
(95.2)
38.9
(102.0)
41.5
(106.7)
42.2
(108.0)
40.2
(104.4)
37.7
(99.9)
37.2
(99.0)
37.6
(99.7)
36.5
(97.7)
34.8
(94.6)
33.1
(91.6)
42.2
(108.0)
গড় উষ্ণতা - উচ্চ °C (°F) 25.2 28.2 31.7 32.9
(91.2)
32.6
(90.7)
32.3
(90.1)
31.6
(88.9)
32.2
(90.0)
31.8
(89.2)
31.4
(88.5)
29.6
(85.3)
26.6
(79.9)
30.5
(86.9)
গড় উষ্ণতা - নিম্ন °C (°F) 10.5
(50.9)
13.9
(57.0)
18.9
(66.0)
22.4
(72.3)
23.4
(74.1)
25.2
(77.4)
25.2
(77.4)
25.2
(77.4)
24.6
(76.3)
22.4
(72.3)
17.1
(62.8)
12.1
(53.8)
20.1
(68.2)
সৰ্বনিম্ন উষ্ণতা °C (°F) 3.3
(37.9)
4.7
(40.5)
9.4
(48.9)
14.2
(57.6)
16.1
(61.0)
19.5
(67.1)
21.3
(70.3)
20.8
(69.4)
21.1
(70.0)
14.6
(58.3)
9.2
(48.6)
2.0
(35.6)
2.0
(35.6)
বৰ্ষাপাত mm (ইঞ্চি) 7.6
(0.299)
22.1
(0.87)
69.8
(2.748)
180.4
(7.102)
362.9
(14.287)
373.0
(14.685)
344.0
(13.543)
258.2
(10.165)
225.1
(8.862)
167.7
(6.602)
36.2
(1.425)
11.0
(0.433)
2,057.5
(81.004)
% আৰ্দ্ৰতা 71 60 57 67 74 81 82 82 84 83 81 78 75
Avg. rainy days 0.8 2.1 3.3 7.9 13.3 14.9 15.8 14.9 12.2 7.1 1.2 0.7 94.3
উৎস: India Meteorological Department[8][9][10]
Agartala
জলবায়ু তালিকা (ব্যাখ্যা)
জাফেমামেজুনজুছেডি
 
 
৯.১
 
২৬
১০
 
 
২০
 
২৯
১৩
 
 
৫৯
 
৩৩
১৯
 
 
১৮২
 
৩৪
২২
 
 
৩১৬
 
৩৩
২৪
 
 
৪৫৫
 
৩২
২৫
 
 
৩৮৬
 
৩১
২৫
 
 
৩১৩
 
৩২
২৫
 
 
২২৫
 
৩২
২৪
 
 
১৬৫
 
৩১
২২
 
 
৪০
 
২৯
১৭
 
 
৮.৪
 
২৬
১১
গড় সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমান °ছেলছিয়াছ
মিলিমিটাৰ হিচাপে মুঠ বৃষ্টিপাত
উৎস: IMD

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "আৰ্কাইভ কপি". Archived from the original on 2021-12-07. https://web.archive.org/web/20211207063719/https://mantras.tv/2021/12/06/bjps-deepak-majumder-elected-as-agartala-municipal-corporation-mayor-monika-das-datta-as-deputy-mayor/। আহৰণ কৰা হৈছে: 2022-05-25. 
  2. "Agartala Municipality Corporation". http://agartalacity.tripura.gov.in/. 
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Census2011Gov নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. "52nd REPORT OF THE COMMISSIONER FOR LINGUISTIC MINORITIES IN INDIA". Ministry of Minority Affairsnclm.nic.in. http://nclm.nic.in/shared/linkimages/NCLM52ndReport.pdf। আহৰণ কৰা হৈছে: 7 December 2018. 
  5. "Agartala". মেৰিয়াম-ৱেবষ্টাৰ ডিকছনেৰী. https://www.merriam-webster.com/dictionary/Agartala. 
  6. "Distance Calculator – Distance from Agartala to Dhaka". distancecalculator.net. https://www.distancecalculator.net/from-agartala-to-dhaka। আহৰণ কৰা হৈছে: 9 October 2019. 
  7. "Agartala becomes India's third int'l internet gateway | Agartala News – Times of India". https://timesofindia.indiatimes.com/city/agartala/Agartala-becomes-Indias-third-intl-internet-gateway/articleshow/51544682.cms। আহৰণ কৰা হৈছে: 10 December 2019. 
  8. "Station: Agartala (A) Climatological Table 1981–2010". Climatological Normals 1981–2010. India Meteorological Department. January 2015. পৃষ্ঠাসমূহ: 5–6. https://imdpune.gov.in/library/public/1981-2010%20CLIM%20NORMALS%20%28STATWISE%29.pdf। আহৰণ কৰা হৈছে: 5 February 2020. 
  9. "Extremes of Temperature & Rainfall for Indian Stations (Up to 2012)". India Meteorological Department. December 2016. পৃষ্ঠা: M209. https://imdpune.gov.in/library/public/EXTREMES%20OF%20TEMPERATURE%20and%20RAINFALL%20upto%202012.pdf। আহৰণ কৰা হৈছে: 5 February 2020. 
  10. "Climate of Tripura". India Meteorological Department. https://agartala.imd.gov.in/Tripura-Climatology/। আহৰণ কৰা হৈছে: 20 January 2021.