আগৰতলা পৌৰ নিগম
অৱয়ব
| আগৰতলা পৌৰ নিগম আগৰতলা পৌৰসংস্থা | |
|---|---|
| ধৰন | |
| ধৰন | পৌৰ নিগম (ভাৰত) |
| নেতা | |
| মেয়ৰ | দীপক মজুমদাৰ[1], ভাজপা |
| ডেপুটি মেয়ৰ | মনিকা দাস দত্ত, ভাজপা |
| পৌৰ আয়ুক্ত | ড. শৈলেশ কুমাৰ যাদৱ, আই.এ.এছ.[2] |
| গঠন | |
| সদস্য | ৫১ |
| ৰাজনৈতিক দলসমূহ | চৰকাৰ (৫১)
|
| নিৰ্বাচন | |
| বিগত নিৰ্বাচন | ২০২১ |
| সভাৰ স্থান | |
| আগৰতলা | |
| ৱেবছাইট | |
| agartalacity | |
আগৰতলা পৌৰ নিগম বা এএমচি (বঙালী: আগৰতলা পৌৰনিগম, ইংৰাজী: Agartala Municipal Corporation) হৈছে ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ ৰাজধানী আৰু উত্তৰ-পূব ভাৰতৰ তৃতীয় সৰ্বাধিক বিকশিত মহানগৰী আগৰতলাৰ শাসন আৰু ৰক্ষণাবেক্ষণ কৰা পৌৰ সংস্থা। ১৮৭১ চনত উত্তৰ-পূব ভাৰতৰ আটাইতকৈ পুৰণি পৌৰ সংস্থা হিচাপে গঠন হোৱা এএমচিয়ে চহৰখনৰ উন্নয়ন, আধুনিকীকৰণ আৰু ইয়াৰ বিভিন্ন কাৰ্য্যকলাপত পৰিচালনা কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
মেয়ৰ-ইন-কাউন্সিলৰ সদস্যসকল
[সম্পাদনা কৰক]| ক্ৰ.নং। | নাম | পদবী | বিভাগ | দল | ||||||
|---|---|---|---|---|---|---|---|---|---|---|
| 1. | দীপক মজুমদাৰ | মেয়ৰ, এএমচি |
|
ভাজপা | ||||||
| 2. | শ্ৰীমতী মণিকা দাস দত্ত | ডেপুটি মেয়ৰ, এএমচি |
|
ভাজপা | ||||||
| মেয়ৰ-ইন-কাউন্সিল | ||||||||||
| 3. | হীৰালাল দেবনাথ | এম.আই.চি. সদস্য |
|
ভাজপা | ||||||
| 4. | তুষাৰ কান্তি ভট্টাচাৰ্য | এম.আই.চি. সদস্য |
|
ভাজপা | ||||||
| 5. | শ্ৰীমতী হিমানী দেববৰ্মা | এম.আই.চি. সদস্য |
|
ভাজপা | ||||||
| 6. | হৰি সাধন দেবনাথ | এম.আই.চি. সদস্য |
|
ভাজপা | ||||||
| 7. | উদয় ভাস্কৰ চক্ৰৱৰ্তী | এম.আই.চি. সদস্য |
|
ভাজপা | ||||||
| 8. | জগদীশ দাস | এম.আই.চি. সদস্য |
|
ভাজপা | ||||||
| 9. | শ্ৰীমতী সম্পা সৰকাৰ সেন | এম.আই.চি. সদস্য |
|
ভাজপা | ||||||
| 10. | বাপি দাস | এম.আই.চি. সদস্য |
|
ভাজপা | ||||||
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2021-12-07. https://web.archive.org/web/20211207063719/https://mantras.tv/2021/12/06/bjps-deepak-majumder-elected-as-agartala-municipal-corporation-mayor-monika-das-datta-as-deputy-mayor/। আহৰণ কৰা হৈছে: 2022-05-29.
- ↑ "Agartala Municipality Corporation". http://agartalacity.tripura.gov.in/.