সমললৈ যাওক

ত্ৰিপুৰাৰ জিলাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ত্ৰিপুৰাৰ জিলাসমূহ

ভাৰতৰ ৰাজ্য ত্ৰিপুৰাক ৮ খন জিলাত বিভক্ত কৰা হৈছে।

শাসন প্ৰণালী

[সম্পাদনা কৰক]

ত্ৰিপুৰাৰ প্ৰতিখন জিলা একো একোজন উপায়ুক্তই শাসন কৰে। তেওঁ জিলাখনৰ তিনিটা পদৰ শাসনভাৰ পৰিচালনা কৰে, উপায়ুক্ত, জিলা দণ্ডাধিকাৰী আৰু District Collector। উপায়ুক্ত হিচাপে তেৱেঁই হৈছে জিলাখনৰ প্ৰশাসনিক বিষয়া। জিলা দণ্ডাধিকাৰী হিচাপে তেওঁ জিলাখনৰ আইন পৰিস্থিতি পৰইচালনা কৰে। District Collector হিচাপে তেওঁ জিলাখনৰ প্ৰধান কৰ বিষয়া আৰু সেই সূত্ৰে তেওঁ কৰ সংগ্ৰহ বিভাগটো চোৱা-চিতা কৰে। জিলাখনৰ পুলিছ সম্বন্ধীয় শাখা পুলিছ অধীক্ষকে (Superintendent of Police) পৰিচালনা কৰে। এখন জিলাক এটা বা তাতোতকৈ অধিক মহকুমাত ভাগ কৰা হৈছে। ইয়াক পুনৰ মৌজা আৰু ব্লকত বিভক্ত কৰা হৈছে।

জিলাসমূহ

[সম্পাদনা কৰক]
ক'ড[1] জিলা সদৰ জনসংখ্যা
(২০১১)[2]
মাটিকালি
(বৰ্গ কিমি)
জনঘনত্ব
(প্ৰতি বৰ্গ কিমি)[2]
ৱেবছাইট
DHধলাইআম্বাচা৩,৭৭,৯৮৮২,৪০০১৫৭dhalai.gov.in
GMগোমতীউদয়পুৰ৪,৩৬,৮৬৮১,৫২২.৮২৮৭gomati.nic.in
KHখোৱাই[3]খোৱাই৩,২৭,৩৯১১,০০৫.৬৭৩২৬khowai.nic.in
NTউত্তৰ ত্ৰিপুৰাধৰ্মনগৰ৪,১৫,৯৪৬১,৪৪৪.৫২৮৮northtripura.gov.in
SPচিপাহীজলা[4]বিশ্ৰামগঞ্জ৪,৮৪,২৩৩১,০৪৪.৭৮৪৬৩sepahijala.nic.in
STদক্ষিণ ত্ৰিপুৰাবেলুনিয়া৪,৩৩,৭৩৭১,৫৩৪.২২৮৩southtripura.nic.in
UKঊনকোটি[5]কৈলাচহৰ২,৭৭,৩৩৫৫৯১.৯৩৪৬৯unakoti.nic.in
WTপশ্চিম ত্ৰিপুৰাআগৰতলা৯,১৭,৫৩৪৯৪২.৫৫৯৭৩westtripura.nic.in

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2" (PDF). Ministry Of Communications and Information Technology, Government of India. 18 August 2004. পৃষ্ঠাসমূহ: 5–10. Archived from the original on 11 September 2008. https://web.archive.org/web/20080911133331/https://www.mail.nic.in/docs/MailService_e-mail_address_Policy_WithCodes.pdf আহৰণ কৰা হৈছে: 24 November 2008.
  2. 1 2 "Indian Districts by Population, Growth Rate, Sex Ratio 2011 Census". 2011 census of India. http://www.census2011.co.in/district.php আহৰণ কৰা হৈছে: 27 December 2012.
  3. খোৱাই জিলা ২০১১ চনৰ লোকপিয়লৰ সময়ত গঠিত হোৱা নাছিল।
  4. চিপাহীজলা জিলা ২০১১ চনৰ লোকপিয়লৰ সময়ত গঠিত হোৱা নাছিল।
  5. ঊনকোটি জিলা ২০১১ চনৰ লোকপিয়লৰ সময়ত গঠিত হোৱা নাছিল।