ককবৰক ভাষা
Jump to navigation
Jump to search
ককবৰক ভাষা (তিপ্ৰাকক বা ত্ৰিপুৰী ভাষা নামেৰেও পৰিচিত) ভাৰতৰ ত্ৰিপুৰা ৰাজ্য আৰু পাৰ্শ্ববৰ্তী বাংলাদেশত বসবাস কৰা ত্ৰিপুৰী জাতিৰ মানুহৰ মাতৃভাষা। ককবৰক শব্দটো দুটা অংশ লৈ গঠিত হৈছে। কক শব্দৰ অৰ্থ "ভাষা" আৰু বৰক শব্দৰ অৰ্থ "মানুহ", বিশেষ অৰ্থত ত্ৰিপুৰী জাতিৰ মানুহ; অৰ্থাৎ ককবৰক কথাটোৰ অৰ্থ হৈছে ত্ৰিপুৰী মানুহৰ ভাষা। বড়ো ভাষাৰ লগত এই ভাষাৰ সাদৃশ্য আছে ।
তথ্যসূত্ৰ[সম্পাদনা কৰক]
|
|