ৰাঁচী
অৱয়ব
ৰাঁচী
ᱨᱟᱺᱪᱤ रांची | |
|---|---|
| উপনাম: (Waterfall city) | |
| দেশ | ভাৰত |
| ৰাজ্য | ঝাড়খণ্ড |
| জিলা | ৰাঁচী |
| পূৰ্বৰ নাম | মাদ্ৰাছ |
| চৰকাৰ | |
| • ধৰণ | Mayor–council government |
| • en:Police Commissioner | S George[1] |
| কালি | |
| ৬৫২.০২ বৰ্গকিমি (২৫১.৭৫ বৰ্গমাইল) | |
| • মেট্ৰ’ | ১,২৯৫ বৰ্গকিমি (৬৫২.০২ বৰ্গমাইল) |
| উচ্চতা | ৬৫৭ মিটাৰ (২,১৫৬ ফুট) |
| জনসংখ্যা (2019)[2] | |
| ২১,৯০,৬৪৫ | |
| • স্থান | ৩য় |
| • ঘনত্ব | ৩,৪০০/km২ (৮,৭০০/sq mi) |
| • মেট্ৰ’ | 27,56,987 |
| • মেট্ৰ ৰেংক | ৩য় |
ৰাঁচী (চাঁওতালি: ᱨᱟᱺᱪᱤ) হৈছে ভাৰতৰ ৰাজ্য ঝাৰখণ্ডৰ ৰাজধানী।[4] ৰাঁচী ঝাৰখণ্ড আন্দোলনৰ কেন্দ্ৰ আছিল,[5] যি আন্দোলনে দক্ষিণ বিহাৰ, উত্তৰ উৰিষ্যা, পশ্চিম পশ্চিমবঙ্গ আৰু বৰ্তমান ছত্তীছগঢ়ৰ পূৱ অঞ্চল একত্ৰিত কৰি এক পৃথক ৰাজ্যৰ দাবি কৰিছিল। ২০০০ চনৰ ১৫ নৱেম্বৰত বিহাৰৰ কিছু অংশৰ পৰা ঝাৰখণ্ড ৰাজ্য গঠন কৰা হৈছিল।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Commissioner of Police". Government of Jharkhand. http://www.thehindu.com/news/cities/chennai/article3915661.ece। আহৰণ কৰা হৈছে: 2012-12-28.
- ↑ "Provisional Population Totals". Census of India 2011. The Registrar General & Census Commissioner, Government of India. http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.xls। আহৰণ কৰা হৈছে: 2012-03-30.
- ↑ "INDIA STATS : Million plus cities in India as per Census 2011". National Informatics CentrePress Information Bureau, Mumbai. http://pibmumbai.gov.in/scripts/detail.asp?releaseId=E2011IS3। আহৰণ কৰা হৈছে: 20 August 2015.
- ↑ "Netarhat: Jharkhand's Secret Hill Station". Outlook. https://www.outlookindia.com/outlooktraveller/explore/story/69239/a-guide-to-netarhat-jharkhands-secret-hill-station.
- ↑ "Jharkhand Movement". Country Studies. http://www.country-studies.com/india/jharkhand-movement.html। আহৰণ কৰা হৈছে: 2009-05-07.
| |||||