সমললৈ যাওক

আইজল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আইজল
ৰাজধানী
আইজল চহৰ  ঘড়ীৰ কাঁ‌টাৰ দিশত ওপৰৰ বাওঁ‌ফালৰপৰা: পাচুংগা বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ, ছল'ম'নৰ মন্দিৰ, আইজল বজাৰ, নিশাৰ ভাগত আইজল, লেংপুই বিমান বন্দৰৰ ভৱন
আইজল চহৰ
ঘড়ীৰ কাঁ‌টাৰ দিশত ওপৰৰ বাওঁ‌ফালৰপৰা: পাচুংগা বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰ, ছল'ম'নৰ মন্দিৰ, আইজল বজাৰ, নিশাৰ ভাগত আইজল, লেংপুই বিমান বন্দৰৰ ভৱন
Map
দেশ  ভাৰত
ৰাজ্য মিজোৰাম
জিলা আইজল
চৰকাৰ
  পৰিচালনা আইজল পৌৰসভা
  মেয়ৰ পি.চি. লাহমিংথাঙা (মিজো নেচনেল ফ্ৰ'ণ্ট)
কালি
  মুঠ
৪৫৭ বৰ্গকিমি (১৭৬ বৰ্গমাইল)
উচ্চতা
১,১৩২ মিটাৰ (৩,৭১৪ ফুট)
জনসংখ্যা
 (২০১১)
  মুঠ
২,৯৩,৪১৬
  ঘনত্ব ২৩৪/বৰ্গকিমি (৬১০/বৰ্গমাইল)

আইজল (ইংৰাজী: Aizawl; English: /ˈzɔːl/;[1] মিজো: [ˈʌɪ̯.ˈzɔːl] ( শুনক)) হৈছে মিজোৰামৰ ৰাজধানী চহৰ। ১৮৯০ চনত ২৫ ফেব্ৰুৱাৰীত আইজল চহৰে আনুষ্ঠানিক স্বীকৃতি লাভ কৰে। মুঠ ২,৯৩,৪১৬ জনসংখ্যাৰে[2] ই ৰাজ্যখনৰ বৃহত্তম চহৰ। ৰাজ্যৰ প্ৰশাসনীয় কাম-কাজসমূহ ইয়াৰপৰাই পৰিচালিত হয়। জনগাঁ‌ঠনিৰ সিংহভাগ মিজোসকলৰ বিভিন্ন জনগোষ্ঠীৰে গঠিত।

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

জনগাঁ‌ঠনি

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Definition of Aizawl". The Free Online Dictionary. http://www.thefreedictionary.com/Aizawl আহৰণ কৰা হৈছে: 31 October 2013.
  2. "Aizawl City Population". census2011.co.in. http://www.census2011.co.in/census/city/185-aizawl.html আহৰণ কৰা হৈছে: 15 August 2012.