বোকাজান
বোকাজান | |
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 26°01′N 93°47′E / 26.02°N 93.78°Eস্থানাংক: 26°01′N 93°47′E / 26.02°N 93.78°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | কাৰ্বি আংলং |
চৰকাৰ | |
- স্থানীয় সাংসদ | বীৰেন সিং ইংতি |
উচ্চতা | ১৩৮ মিটাৰ (৪৫২.৭৬ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ১৪,৯৩৮ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
বোকাজান (ইংৰাজী: Bokajan)(IPA: ˈbəʊkəˌdʒɑːn)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন ঠাই৷
ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]
বোকাজানৰ ভৌগোলিক অৱস্থান 26°01′N 93°47′E / 26.02°N 93.78°E.[1] ৷ এই অঞ্চলৰ সাগৰ-পৃষ্ঠৰ পৰা উচ্চতা প্ৰায় ১৩৮ মিটাৰ অৰ্থাৎ ৪৫২ ফুট৷ এই অঞ্চল নাগালেণ্ডৰ ডিমাপুৰৰ পৰা প্ৰায় ১৫ কি:মি দুৰত্বত অৱস্থিত৷
জনসংখ্যা[সম্পাদনা কৰক]
২০০১ চনৰ বাৰ্ষিক লোকপিয়ল অনুসৰি বোকাজানৰ মুঠ জনসংখ্যা ১৪,৯৩৮ জন৷ [2] ইয়াৰে ৫৬% পুৰুষ আৰু ৪৪% মহিলা৷ বোকাজানৰ গড় সাক্ষৰতাৰ হাৰ ৫৯.৫%, পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮০% আৰু ৬৮%৷ ইয়াৰ মুঠ জনসংখ্যাৰ ১২% ছয় বছৰৰ অনুৰ্ধৰ৷
শিক্ষা[সম্পাদনা কৰক]
বোকাজানৰ প্ৰধান শিক্ষাৰ প্ৰতিষ্ঠানসমূহ হ'ল-
- বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়
- শান্তিনিকেতন ইংৰাজী উচ্চ মাধ্যমিক বিদ্যালয়
- কেন্দ্ৰীয় বিদ্যালয়, বোকাজান
- জিন বাবা হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়
- বিদ্যাসাগৰ উচ্চ মাধ্যমিক বিদ্যালয়
- বিদ্যাসাগৰ কনিষ্ঠ মহাবিদ্যালয়
- ৰাধা গোবিন্দ উচ্চ মাধ্যমিক বিদ্যালয়
ৰাজনীতি[সম্পাদনা কৰক]
বোকাজান স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [3]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Falling Rain Genomics, Inc - Bokajan
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.