হামৰেণ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
হামৰেণ
—  নগৰ  —
অন্য নাম: Western capital of Karbi Anglong
হামৰেণ is located in Assam
হামৰেণ
ভাৰতঅসমত হামৰেণৰ অৱস্থান
ভৌগোলিক স্থানাংক: 25°55′24″N 92°36′30″E / 25.923300°N 92.608300°E / 25.923300; 92.608300স্থানাংক: 25°55′24″N 92°36′30″E / 25.923300°N 92.608300°E / 25.923300; 92.608300
দেশ  ভাৰত
ৰাজ্য অসম
জিলা কাৰ্বি আংলং জিলা
জনসংখ্যা (২০০১)
 - মুঠ ৮,২৭৮ জন
ভাষা
 - চৰকাৰী অসমীয়া
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)

হামৰেণ(ইংৰাজী: Hamren)(IPA: ˈhæmrən)অসমকাৰ্বি আংলং জিলাত অৱস্থিত এখন পৰ্বতীয়া ঠাই৷

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]

জনসংখ্যা[সম্পাদনা কৰক]

২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি হামৰেণৰ মুঠ জনসংখ্যা ৮২৭৮ জন৷[1]ইয়াৰে ৫৩% পুৰুষ তথা ৪৭% মহিলা৷ হামৰেণৰ গড় সাক্ষৰতাৰ হাৰ ৬৪%৷ পুৰুষ আৰু মহিলাৰ পৃথকভাৱে সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭১% আৰু ৫৬%৷ হামৰেণৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৮% ছয় বছৰৰ অনুৰ্ধৰ৷

শিক্ষা[সম্পাদনা কৰক]

হামৰেণ নগৰত এখন ব্যক্তিগত মহাবিদ্যালয়, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ছখন উচ্চ মাধ্যমিক বিদ্যালয় আছে৷ এইকেইখন হৈছে-

  • Waisong College,
  • Govt Higher Secondary School,
  • Presbyterian Mission High School,
  • Jirsong Gov't High School,
  • Don Bosco High School,
  • Girls' High School,
  • RongKarbi High School,
  • Church of God High School.

পৰ্যটনস্থলী[সম্পাদনা কৰক]

  • কপিলী নৈ
  • বৰাপানী হ্ৰদ
  • বৈঠালাংছ'
  • ডংকা

তথ্যসুত্ৰ[সম্পাদনা কৰক]