হামৰেণ
হামৰেণ | |
---|---|
— নগৰ — | |
অন্য নাম: Western capital of Karbi Anglong | |
ভৌগোলিক স্থানাংক: 25°55′24″N 92°36′30″E / 25.923300°N 92.608300°Eস্থানাংক: 25°55′24″N 92°36′30″E / 25.923300°N 92.608300°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | কাৰ্বি আংলং জিলা |
জনসংখ্যা (২০০১) | |
- মুঠ | ৮,২৭৮ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
হামৰেণ(ইংৰাজী: Hamren)(IPA: ˈhæmrən)অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন পৰ্বতীয়া ঠাই।
ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]
জনসংখ্যা[সম্পাদনা কৰক]
২০০১ চনৰ ভাৰতৰ লোকপিয়ল অনুসৰি হামৰেণৰ মুঠ জনসংখ্যা ৮২৭৮ জন।[1] ইয়াৰে ৫৩% পুৰুষ তথা ৪৭% মহিলা। হামৰেণৰ গড় সাক্ষৰতাৰ হাৰ ৬৪%। পুৰুষ আৰু মহিলাৰ পৃথকভাৱে সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৭১% আৰু ৫৬%। হামৰেণৰ মুঠ জনসংখ্যাৰ প্ৰায় ১৮% ছয় বছৰৰ অনুৰ্ধৰ।
শিক্ষা[সম্পাদনা কৰক]
হামৰেণ নগৰত এখন ব্যক্তিগত মহাবিদ্যালয়, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ছখন উচ্চ মাধ্যমিক বিদ্যালয় আছে। এইকেইখন হৈছে-
- Waisong College,
- Govt Higher Secondary School,
- Presbyterian Mission High School,
- Jirsong Gov't High School,
- Don Bosco High School,
- Girls' High School,
- RongKarbi High School,
- Church of God High School.
পৰ্যটনস্থলী[সম্পাদনা কৰক]
- কপিলী নৈ
- বৰাপানী হ্ৰদ
- বৈঠালাংছ'
- ডংকা
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.