সমললৈ যাওক

ধুবুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধুবুৰী
Dhubri
নগৰ
ধুবুৰীৰ বুৰঞ্জীপ্ৰসিদ্ধ নিতাই ধুবুনী ঘাট
ধুবুৰীৰ বুৰঞ্জীপ্ৰসিদ্ধ নিতাই ধুবুনী ঘাট
ৰাষ্ট্ৰ ভাৰত
ৰাজ্য অসম
জিলা ধুবুৰী
জনসংখ্যা
 (২০০১)
 • মুঠ
63,965

ধুবুৰী (ইং: Dhubri, Pron: ˈdʊbri) হ'ল ধুবুৰী জিলাৰ সদৰ ঠাই। ই ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ। ১৮৮৩ চনত নগৰ খনক পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্যৰ ৰাজধানী দিশপুৰৰ পৰা নগৰখনলৈ দুৰত্ব ২৮০ কি.মি.(১৭৪ মাইল)।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]