সমললৈ যাওক

ধুবুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধুবুৰী
Dhubri
নগৰ
ধুবুৰীৰ বুৰঞ্জীপ্ৰসিদ্ধ নিতাই ধুবুনী ঘাট
ধুবুৰীৰ বুৰঞ্জীপ্ৰসিদ্ধ নিতাই ধুবুনী ঘাট
ৰাষ্ট্ৰ ভাৰত
ৰাজ্য অসম
জিলা ধুবুৰী
জনসংখ্যা
 (২০০১)
 • মুঠ
৬৩,৯৬৫

ধুবুৰী (ইং: Dhubri, Pron: ˈdʊbri) হ'ল ধুবুৰী জিলাৰ সদৰ ঠাই। ই ব্ৰহ্মপুত্ৰ আৰু গদাধৰ নৈৰ পাৰত অৱস্থিত এখন বুৰঞ্জী প্ৰসিদ্ধ নগৰ। ১৮৮৩ চনত নগৰ খনক পৌৰসভাৰ অন্তৰ্ভুক্ত কৰা হয়। ৰাজ্যৰ ৰাজধানী দিশপুৰৰ পৰা নগৰখনলৈ দুৰত্ব ২৮০ কি.মি.(১৭৪ মাইল)।

নেতাই ধুবুনি ঘাট, ধুবুৰী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]