টংলা
অৱয়ব
টংলা | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | ওদালগুৰি জিলা |
জনসংখ্যা (2001) | |
• মুঠ | 17,313 |
টংলা (ইংৰাজী: Tangla)(IPA: ˈtæŋglə or ˈtæŋlə) অসমৰ ওদালগুৰি জিলাত অৱস্থিত এখন ঠাই।
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]- নিকটতম ৰে'লৱে ষ্টেচন: টংলা ৰে'লৱে ষ্টেচন
- নিকটতম বিমানবন্দৰ: গুৱাহাটী
জনসংখ্যা
[সম্পাদনা কৰক]২০০১ চনৰ বাৰ্ষিক লোকপিয়ল অনুসৰি টংলাৰ মুঠ জনসংখ্যা ১৭,৩১৩ জন। [1] ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা। টংলাৰ গড় সাক্ষৰতাৰ হাৰ ৭৬%, পুৰুষ আৰু মহিলাৰ পৃথককৈ গড় সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮১% আৰু ৭০%। ইয়াৰ মুঠ জনসংখ্যাৰ ১০% ছয় বছৰৰ অনুৰ্ধৰ।
শিক্ষা
[সম্পাদনা কৰক]মহাবিদ্যালয়
[সম্পাদনা কৰক]- টংলা মহাবিদ্যালয়
- উত্তৰ দৰং মহাবিদ্যালয়
- প্ৰেচিডেঞ্চি কনিষ্ঠ মহাবিদ্যালয়
- পায়নিয়াৰ মহাবিদ্যালয়
- অৰুণোদয় কনিষ্ঠ মহাবিদ্যালয়
- এন.আৰ.দি.এছ কনিষ্ঠ মহাবিদ্যালয়
- প্ৰভিঞ্চ কনিষ্ঠ মহাবিদ্যালয়
বিদ্যালয়
[সম্পাদনা কৰক]- টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- টংলা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
- টংলা মডেল উচ্চ মাধ্যমিক বিদ্যালয়
- টংলা ইংলিছ মেদিয়াম হাই স্কুল
- অৰুণোদয় বিদ্যালয়
- জাতীয় বিদ্যালয় অসম, টংলা
- কেন্দ্ৰীয় জাতীয় বিদ্যালয়
- নৱোদয় জাতীয় বিদ্যালয়
- ডনবস্ক স্কুল
- অক্সিলিয়াম কনভেন্ট
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.