ভাৰতৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক জন্তুসমূহৰ তালিকা:

ৰাজ্য নাম বৈজ্ঞানিক নাম (ইংৰাজী: Scientific name) চিত্ৰ
অন্ধ্ৰ প্ৰদেশ Blackbuck Antilope cervicapra
অৰুণাচল প্ৰদেশ Gayal Bos frontalis
অসম এশিঙীয়া গঁড় Rhinoceros unicornis
বিহাৰ Gaur Bos gaurus
ছত্তিছগড় বনৰীয়া ম’হ B. bubalis arnee
গোৱা Gaur Bos gaurus
গুজৰাট Asiatic lion Panthera leo persica
হাৰিয়ানা Blackbuck Antilope cervicapra
হিমাচল প্ৰদেশ Snow leopard Uncia uncia or Panthera uncia
জম্মু-কাশ্মীৰ Kashmir stag Cervus elaphus hanglu
ঝাৰখণ্ড ভাৰতীয় হাতী Elephas maximus indicus
কৰ্ণাটক ভাৰতীয় হাতী Elephas maximus indicus
কেৰালা ভাৰতীয় হাতী Elephas maximus indicus
লাক্ষাদ্বীপ Butterfly Fish Chaetodon decussatus
মেঘালয় Clouded Leopard Neofelis nebulosa
মধ্য প্ৰদেশ Barasingha Rucervus duvaucelii
মহাৰাষ্ট্ৰ Indian Giant Squirrel Ratufa indica
মণিপুৰ Sangai Cervus eldi eldi
মিজোৰাম গিবন বান্দৰ Hoolock hoolock
নাগালেণ্ড Gaur Bos gaurus
উৰিষ্যা Sambar[1] Rusa unicolor
পণ্ডিচেৰী কেৰ্কেটুৱা Sciuridae
পঞ্জাব Blackbuck Antilope cervicapra
ৰাজস্থান Chinkara Gazella bennettii
ছিক্কিম Red Panda Ailurus fulgens
তামিল নাডু Nilgiri Tahr Nilgiritragus hylocrius
ত্ৰিপুৰা Phayre's Langur Trachypithecus phayrei
উত্তৰাখণ্ড Musk deer Artiodactyls, Genus: Moschus, Family: Moschidae
উত্তৰ প্ৰদেশ Swamp Deer Rucervus duvaucelii
পশ্চিমবংগ ঢেঁকীয়া পতীয়া বাঘ Panthera tigris bengalensis

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]