ভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকা
অৱয়ব
(List of Indian state treesৰ পৰা পুনঃনিৰ্দেশিত)
| এই তালিকাখন অসম্পূৰ্ণ; আপুনি ইয়াক বিস্তাৰ কৰাত সহায় কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগেয়ে অনুগ্ৰহ কৰি সহায়িকাখন এবাৰ চকু ফুৰাব। |
এই তালিকাখন ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক গছসমূহৰ বিষয়ে:
| ৰাজ্য | নাম | বৈজ্ঞানিক নাম | চিত্ৰ |
|---|---|---|---|
| অন্ধ্ৰ প্ৰদেশ | নিম গছ (ইংৰাজী: Margosa) |
Azadirachta indica | |
| অৰুণাচল প্ৰদেশ | হোলোং (ইংৰাজী: Hollong) |
Dipterocarpus macrocarpus | |
| অসম | হোলোং (ইংৰাজী: Hollong) |
Dipterocarpus macrocarpus | |
| বিহাৰ | পাকৰী গছ (ইংৰাজী: Sacred fig) |
Ficus religiosa | |
| ছত্তীচগড় | (ইংৰাজী: Shorea robusta; Sal) | Shorea robusta | |
| গোৱা | (ইংৰাজী: Terminalia elliptica; Asna) | Terminalia elliptica | |
| গুজৰাট | (Banyan) | Ficus benghalensis | |
| হাৰিয়ানা | (ইংৰাজী: Sacred fig) | Ficus religiosa | |
| হিমাচল প্ৰদেশ | (ইংৰাজী: Deodar) | Cedrus deodara | |
| জম্মু আৰু কাশ্মীৰ | (ইংৰাজী: Almond tree) | Prunus dulcis | |
| ঝাৰখণ্ড | (ইংৰাজী: Shorea robusta; Sal) | Shorea robusta | |
| কৰ্ণাটক | (ইংৰাজী: Indian Sandalwood; Sandalwood) | Santalum album | |
| কেৰালা | নাৰিকল (ইংৰাজী: Coconut) |
Cocos nucifera | |
| লাক্ষাদ্বীপ | (ইংৰাজী: Bread fruit) | Artocarpus altilis | |
| মেঘালয় | (ইংৰাজী: White teak) | Gmelina arborea | |
| মধ্য প্ৰদেশ | (ইংৰাজী: Banyan) | Ficus benghalensis | |
| মহাৰাষ্ট্ৰ | আম (ইংৰাজী: Mango) |
Mangifera indica | |
| মণিপুৰ | (ইংৰাজী: Indian Mahogany) | Toona ciliata | |
| মিজোৰাম | (ইংৰাজী: Iron wood) | Mesua ferrea | |
| নাগালেণ্ড | (ইংৰাজী: Alder) | ||
| উৰিষ্যা | (ইংৰাজী: Sacred fig; Ashwatha)[1] | Ficus religiosa | |
| পণ্ডিছেৰী | (ইংৰাজী: Bael Fruit Tree) | Aegle marmelos | |
| পঞ্জাব | (ইংৰাজী: Indian Rosewood) | Dalbergia sissoo | |
| ৰাজস্থান | খেজুৰ (ইংৰাজী: Khejri) |
Prosopis cineraria | |
| ছিক্কিম | (ইংৰাজী: Rhododendron) | Rhododendron | |
| তামিল নাডু | (ইংৰাজী: Palmyra palm) | Borassus | |
| ত্ৰিপুৰা | (ইংৰাজী: Gelidium amansii; Agar) | Gelidium amansii | |
| উত্তৰাখণ্ড | (ইংৰাজী: Burans) | Rhododendron arboreum | |
| উত্তৰ প্ৰদেশ | অশোক গছ (ইংৰাজী: Ashoka tree) |
Saraca asoca | |
| পশ্চিম বংগ | (ইংৰাজী: Devil Tree) | Alstonia scholaris[2] |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "উৰিষ্যা ৰাজ্যৰ প্ৰতীকসমূহ". mapsofindia.com. 2011. http://www.mapsofindia.com/orissa/state-symbols.html। আহৰণ কৰা হৈছে: ২০ মে, ২০১২. "the state tree is the imposing ‘Ashwatha’ tree"
- ↑ "Occastional Paper-5, Plant Wealth of The Raj Bhavan, Kolkata" (PDF). Website on The Raj Bhavan, Kolkata from Government of India portal. 2008-03. পৃষ্ঠাসমূহ: p.16. http://rajbhavankolkata.gov.in/pdf/occasional%20paper5.pdf। আহৰণ কৰা হৈছে: 2008-12-23.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Indian state trees
- Official flora and fauna of various states in India On Biodiversity of India wiki