হোলোং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

হোলোং
Dipterocarpus macrocarpus
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Malvales
পৰিয়াল: Dipterocarpaceae
গণ: Dipterocarpus
প্ৰজাতি: D. macrocarpus
বৈজ্ঞানিক নাম
Dipterocarpus macrocarpus
Vesque

হোলোং ( বৈজ্ঞানিক নাম :Dipterocarpus macrocarpus) এক সাধাৰণ মধ্যম বৰ্গৰ কঠিন কাঠৰ বৃক্ষ। ই ঘাইকৈ দক্ষিণ-পূব এছিয়া আৰু ভাৰতৰ অৰণ্যত পোৱা যায়। হোলোং অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যিক জাতীয় গছ । ইংৰাজীত হোলোঙক "Hollong Tree" বোলা হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]