ইণ্ডোনেছিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইণ্ডোনেছিয়া গণতন্ত্ৰ
Republik Indonesia
নীতিবাক্য
"ভিন্নেকা তুংগাল ইকা"  (পুৰণি জাভা ভাষাত)
"অনৈক্যৰ মাজত ঐক্য"

ৰাষ্ট্ৰীয় মতাদৰ্শ: পাঙ্কাছিলা[1]
ৰাষ্ট্ৰীয় সঙ্গীত
ইণ্ডোনেছিয়া ৰায়া
"মহান ইণ্ডোনেছিয়া"
ইণ্ডোনেছিয়া-ৰ অৱস্থান
ইণ্ডোনেছিয়া-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
জাকাৰ্টা
6°08′S 106°45′E / 6.133°S 106.75°E / -6.133; 106.75
ৰাষ্ট্ৰভাষা (সমূহ) ইণ্ডোনেছিয়
চৰকাৰ Presidential Republic
 -  ৰাষ্ট্ৰপতি যক' ৱিডড'
 -  উপৰাষ্ট্ৰপতি মহম্মদ যুছুফ কাল্লা
Independence নেদাৰলেণ্ডৰ পৰা 
 -  ঘোষিত ১৭ আগষ্ট ১৯৪৭ 
 -  স্বীকৃত ২৭ ডিচেম্বৰ ১৯৪৯ 
 -  জলভাগ (%) ৪.৮৫
জনসংখ্যা
 -  ২০০৯ আনুমানিক ২৩,১৫,৪৭,০০০ (৪ৰ্থ)
 -  ২০০০ লোকপিয়ল ২০,৬২,৬৪,৫৯৫ 
 -  ঘনত্ব ১৩৪ প্ৰতি বৰ্গকিমি (৮৪তম)
৩৪৭ প্ৰতি বৰ্গমাইল
জিডিপি (পিপিপি) ২০০৯ আনুমানিক
 -  মুঠ ৯৬০.৭৭৬ বিলিয়ন
US$364 bn (nominal)[2] 
 -  জনমুৰি US$৪,১৪৬.৩৮ (PPP)[2] (102তম)
জিনি সহগ? (২০০২) ৩৪.৩ (medium
মানৱ উন্নয়ন সূচক (2004) বৃদ্ধি 0.711 (medium) (১০৮তম)
মুদ্ৰা ৰুপিয়াহ (IDR)
সময় অঞ্চল various (ইউটিচি+7 to +9)
ইণ্টাৰনেট টিএলডি .id
কলিং ক'ড +62

ইণ্ডোনেছিয়া (ইংৰাজী: Indonesia) দক্ষিণ-পূব এছিয়াৰ এখন দ্বীপ ৰাষ্ট্ৰ। প্ৰায় ৫,০০০ দ্বীপৰ সমষ্টিৰে গঠিত এই দেশখন পৃথিবীৰ বৃহত্তম মুছলিম সংখ্যাগৰিষ্ঠ ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম জাকাৰ্টা। চৰকাৰী ভাৱে ইণ্ডোনেছিয়াৰ নাম ইণ্ডোনেছিয় প্ৰজাতন্ত্ৰী (ইণ্ডোনেছিয় ভাষাRepublik Indonesia)।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]