বাৰ্তা:ইণ্ডোনেছিয়া

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

মই ভাবো 'ইন্দোনেশিয়া' বানান টো ভুল হৈছে... ই 'ইণ্ডোনেছিয়া' হ'ব লাগে ।

ইন্দোনেছিয়া বুলিয়েই লিখা আছে । Sagir Ahmed Msa (talk) 20:22, 23 September 2015 (UTC)

আন এখন পেইজত "ইন্দোনেছিয়া" বুলি আছে । তাৰ পৰাই নতুন পেইজটো বনাইছোঁ । Sagir Ahmed Msa (talk) 20:25, 23 September 2015 (UTC)

https://as.m.wikipedia.org/wiki/%E0%A6%A6%E0%A7%87%E0%A6%B6_%E0%A6%85%E0%A6%A8%E0%A7%81%E0%A6%B8%E0%A7%B0%E0%A6%BF_%E0%A6%AC%E0%A6%BF%E0%A6%B6%E0%A7%8D%E0%A6%AC_%E0%A6%90%E0%A6%A4%E0%A6%BF%E0%A6%B9%E0%A7%8D%E0%A6%AF%E0%A6%AC%E0%A6%BE%E0%A6%B9%E0%A7%80_%E0%A6%95%E0%A7%8D%E0%A6%B7%E0%A7%87%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%B0_%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE

উপৰোক্ত পেইজটোত "ইন্দোনেছিয়া" বুলি আছে । Sagir Ahmed Msa (talk) 20:28, 23 September 2015 (UTC)

অসম বুক ডিপোৰ দ্বাৰা প্ৰকাশিত নতুন অসমীয়া ভূচিত্ৰাৱলীত (২০০৬) ইণ্ডোনেছিয়া বুলি পালো। অন্যান্য বানানবোৰৰ পৰা পুনৰ্নিৰ্দেশ একোটা দি থ'লেই হ'ব নিশ্চয়।--চন্দন চিৰিং ফুকন (talk) 03:45, 24 September 2015 (UTC)