ভাৰতৰ ৰাজ্যিক গছসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই তালিকাখন ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক গছসমূহৰ বিষয়ে:

ৰাজ্য নাম বৈজ্ঞানিক নাম চিত্ৰ
অন্ধ্ৰ প্ৰদেশ নিম গছ
(ইংৰাজী: Margosa)
Azadirachta indica
অৰুণাচল প্ৰদেশ হোলোং
(ইংৰাজী: Hollong)
Dipterocarpus macrocarpus
অসম হোলোং
(ইংৰাজী: Hollong)
Dipterocarpus macrocarpus
বিহাৰ পাকৰী গছ
(ইংৰাজী: Sacred fig)
Ficus religiosa
ছত্তীচগড় (ইংৰাজী: Shorea robusta; Sal) Shorea robusta
গোৱা (ইংৰাজী: Terminalia elliptica; Asna) Terminalia elliptica
গুজৰাট (Banyan) Ficus benghalensis
হাৰিয়ানা (ইংৰাজী: Sacred fig) Ficus religiosa
হিমাচল প্ৰদেশ (ইংৰাজী: Deodar) Cedrus deodara
জম্মু আৰু কাশ্মীৰ (ইংৰাজী: Almond tree) Prunus dulcis
ঝাৰখণ্ড (ইংৰাজী: Shorea robusta; Sal) Shorea robusta
কৰ্ণাটক (ইংৰাজী: Indian Sandalwood; Sandalwood) Santalum album
কেৰালা নাৰিকল
(ইংৰাজী: Coconut)
Cocos nucifera
লাক্ষাদ্বীপ (ইংৰাজী: Bread fruit) Artocarpus altilis
মেঘালয় (ইংৰাজী: White teak) Gmelina arborea
মধ্য প্ৰদেশ (ইংৰাজী: Banyan) Ficus benghalensis
মহাৰাষ্ট্ৰ আম
(ইংৰাজী: Mango)
Mangifera indica
মণিপুৰ (ইংৰাজী: Indian Mahogany) Toona ciliata
মিজোৰাম (ইংৰাজী: Iron wood) Mesua ferrea
নাগালেণ্ড (ইংৰাজী: Alder)
উৰিষ্যা (ইংৰাজী: Sacred fig; Ashwatha)[1] Ficus religiosa
পণ্ডিছেৰী (ইংৰাজী: Bael Fruit Tree) Aegle marmelos
পঞ্জাব (ইংৰাজী: Indian Rosewood) Dalbergia sissoo
ৰাজস্থান খেজুৰ
(ইংৰাজী: Khejri)
Prosopis cineraria
ছিক্কিম (ইংৰাজী: Rhododendron) Rhododendron
তামিল নাডু (ইংৰাজী: Palmyra palm) Borassus
ত্ৰিপুৰা (ইংৰাজী: Gelidium amansii; Agar) Gelidium amansii
উত্তৰাখণ্ড (ইংৰাজী: Burans) Rhododendron arboreum
উত্তৰ প্ৰদেশ অশোক গছ
(ইংৰাজী: Ashoka tree)
Saraca asoca
পশ্চিম বংগ (ইংৰাজী: Devil Tree) Alstonia scholaris[2]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "উৰিষ্যা ৰাজ্যৰ প্ৰতীকসমূহ". mapsofindia.com. 2011. http://www.mapsofindia.com/orissa/state-symbols.html। আহৰণ কৰা হৈছে: ২০ মে, ২০১২. "the state tree is the imposing ‘Ashwatha’ tree" 
  2. "Occastional Paper-5, Plant Wealth of The Raj Bhavan, Kolkata" (PDF). Website on The Raj Bhavan, Kolkata from Government of India portal. 2008-03. পৃষ্ঠাসমূহ: p.16. http://rajbhavankolkata.gov.in/pdf/occasional%20paper5.pdf। আহৰণ কৰা হৈছে: 2008-12-23. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]