ভাৰতৰ ৰাজ্যিক ফুলসমূহৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এই তালিকাখন ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজ্যিক ফুলসমূহৰ বিষয়ে:

ৰাজ্য নাম বৈজ্ঞানিক নাম চিত্ৰ
অন্ধ্ৰ প্ৰদেশ ভেট পদুম
(ইংৰাজী: Nelumbo) বা (ইংৰাজী: Water lily)
অৰুণাচল প্ৰদেশ (ইংৰাজী: Lady's Slipper) Cypripedioideae
অসম কপৌফুল
(ইংৰাজী: Foxtail Orchids)
Rhynchostylis gigantea
বিহাৰ (ইংৰাজী: Bauhinia acuminata; White Orchid-tree) Bauhinia acuminata
ছত্তীচগড়
গোৱা
গুজৰাট নাৰ্জী ফুল
(ইংৰাজী: African marigold; Marigold (Galgota))
Tagetes erecta[1]
হাৰিয়ানা পদুম ফুল
(ইংৰাজী: Indian lotus; lotus)
Nelumbo nucifera
হিমাচল প্ৰদেশ (ইংৰাজী: Rhododendron) Rhododendron ponticum
জম্মু আৰু কাশ্মীৰ (ইংৰাজী: Common Rhododendron) Rhododendron ponticum
ঝাৰখণ্ড (ইংৰাজী: Parrot Tree) Butea monosperma
কৰ্ণাটক পদুম
(ইংৰাজী: Indian lotus; Lotus)
Nelumbo nucifera
কেৰালা সোনাৰু
(ইংৰাজী: Golden Shower Tree)
Cassia fistula
লাক্ষাদ্বীপ
মেঘালয় (ইংৰাজী: Lady's Slipper) Cypripedioideae
মধ্য প্ৰদেশ পলাশ
(ইংৰাজী: Parrot Tree)
Butea monosperma
মহাৰাষ্ট্ৰ (ইংৰাজী: Lagerstroemia speciosa; Jarul) Lagerstroemia speciosa[2]
মণিপুৰ (ইংৰাজী: Siroi Lily) Lilium mackliniae
মিজোৰাম (ইংৰাজী: Red Vanda)
নাগালেণ্ড (ইংৰাজী: Rhododendron) Rhododendron ponticum
উৰিষ্যা অশোক ফুল
(ইংৰাজী: Saraca asoca; Ashoka)[3][4]
Saraca asoca
পণ্ডিছেৰী (ইংৰাজী: Cannonball tree)
's Flower
Couroupita guianensis
পঞ্জাব
ৰাজস্থান (ইংৰাজী: Rohira) Tecomella undulata
ছিক্কিম (ইংৰাজী: Noble orchid) Cymbidium goeringii
তামিল নাডু (ইংৰাজী: Glory lily) Gloriosa superba
ত্ৰিপুৰা (ইংৰাজী: Nag Kesar) Mesua ferrea
উত্তৰাখণ্ড (ইংৰাজী: Brahma Kamal) Saussurea obvallata
উত্তৰ প্ৰদেশ পলাশ ফুল
(ইংৰাজী: Palash)
Butea monosperma
পশ্চিম বংগ শেৱালি
(ইংৰাজী: Night-flowering Jasmine)
Nyctanthes arbor-tristis

লগতে চাওক[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://2.imimg.com/data2/OT/FH/MY-/shiv-pdf.pdf for the scientific নাম
  2. Govt of Maharasthra ENVIS Cell :Important native trees of India Archived 2009-08-24 at the Wayback Machine
  3. "চাইবাৰ উৰিষ্যা ডট কম :: উৰিষ্যা". cyberorissa.com. 2011. Archived from the original on 29 August 2011. https://web.archive.org/web/20110829175929/http://www.cyberorissa.com/myorissa/districts/dist_hom.html। আহৰণ কৰা হৈছে: 26 May 2012. "State Flower" 
  4. "উৰিষ্যা ৰাজ্যিক প্ৰতীকসমূহ". mapsofindia.com. 2011. http://www.mapsofindia.com/orissa/state-symbols.html। আহৰণ কৰা হৈছে: ২৬ মে, ২০১২. "The state flower is the ‘Ashoka’ flower" 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]