ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদ
ঠেঙাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদ | |
---|---|
ধৰন | |
ধৰন | স্বায়ত্ত্বশাসিত জিলা পৰিষদ |
নেতা | |
মুখ্য কাৰ্যবাহী কাউন্সিলাৰ | প্ৰতাপ কছাৰী |
গঠন | |
সদস্য | ২২ কাউন্সিলাৰ |
ৰাজনৈতিক দলসমূহ | Government (17)
Opposition (5) |
নিৰ্বাচন | |
নিৰ্বাচন পদ্ধতি | First past the post |
বিগত নিৰ্বাচন | জানুৱাৰী ২০২২ |
সভাৰ স্থান | |
তিতাবৰ, অসম | |
ৱেবছাইট |
ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ ইংৰাজী: Thengal Kachari Autonomous Council); (TKAC), হৈছে ভাৰতৰ স্বায়ত্তশাসিত জিলা পৰিষদ অনুসৰি অসমত ঠেঙাল কছাৰী জনগোষ্ঠী সকলৰ সকলো দিশত উন্নয়নৰ বাবে এই পৰিষদ স্থাপন কৰা হয়। [2]
ইতিহাস
[সম্পাদনা কৰক]২০০৫ চনত ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদ আইনৰ দ্বাৰা অসম বিধানসভাত বিলখন গৃহীত হৈ এই পৰিষদখন গঠন কৰা হয়।[3]
গাঁথনি
[সম্পাদনা কৰক]এই পৰিষদটোত সৰ্বমুঠ ২৬জন সদস্য আছে ইয়াৰে ২২জন পোনপটীয়াকৈ নিৰ্বাচিত আৰু ৪জন কেন্দ্ৰীয় ভাৰত চৰকাৰৰ হৈ অসমৰ ৰাজ্যপালয়ে নিযুক্তি দিয়ে। পৰিষদখনৰ এখন কাৰ্যনিৰ্বাহক সমিতি দ্বাৰা মনোনীত হৈ এজন মুখ্য কাৰ্যবাহী কাউন্সিলাৰক নিৰ্বাচন কৰে।[3]
নিৰ্বাচন
[সম্পাদনা কৰক]২০২২ চনৰ জানুৱাৰী মাহত অনুষ্ঠিত হোৱা শেহতীয়া নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি (বিজেপি)য়ে ১৪খন আসন, ভাৰতীয় জাতীয় কংগ্ৰেছয়ে ৪খন, অসম গণ পৰিষদ (অগপ)য়ে ৩খন আৰু এখন আসন নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে।[4] প্ৰতাপ কছাৰীক মুখ্য কাৰ্যবাহী পৰিষদ হিচাপে লৈ বিজেপিয়ে অগপৰ সৈতে মিত্ৰজোঁটৰ কাৰ্যবাহী পৰিষদ গঠন কৰে।[5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "BJP-AGP alliance sweeps Thengal Kachari Autonomous Council polls in Assam". Print. 24 January 2022. https://theprint.in/india/bjp-agp-alliance-sweeps-thengal-kachari-autonomous-council-polls-in-assam/811858/। আহৰণ কৰা হৈছে: 24 January 2022.
- ↑ "Autonomous Councils". Department of Welfare of Plain Tribes & Backward Classes, Government Of Assamdirectorwptbc.assam.gov.in. https://directorwptbc.assam.gov.in/frontimpotentdata/autonomous-councils.
- ↑ 3.0 3.1 "The Thengal Kachari autonomous council act, 2005". https://wptbc.assam.gov.in/sites/default/files/swf_utility_folder/departments/wpt_uneecopscloud_com_oid_3/menu/document/Thengal-Kachari-Autonomous-Council-Act%202005.pdf.
- ↑ "BJP swept the polls in Thengal Kachari Autonomous Council". The Economic Times. https://economictimes.indiatimes.com/news/politics-and-nation/bjp-swept-the-polls-in-thengal-kachari-autonomous-council/articleshow/89102247.cms?from=mdr.
- ↑ "BJP-AGP alliance sweeps Thengal Kachari Autonomous Council polls in Assam". 24 January 2022. https://theprint.in/india/bjp-agp-alliance-sweeps-thengal-kachari-autonomous-council-polls-in-assam/811858/.