সমললৈ যাওক

মাইবং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মাইবং
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
জিলা ডিমা হাছাও জিলা
চৰকাৰ
  ধৰণ Dima Hasao Autonomous Territorial Council
কালি
  মুঠ
১০ বৰ্গকিমি (৪ বৰ্গমাইল)
উচ্চতা
৩৫৫ মিটাৰ (১,১৬৫ ফুট)
জনসংখ্যা
 (2011)
  মুঠ
২০,৬৬৪
  ঘনত্ব ২,১০০/বৰ্গকিমি (৫,৪০০/বৰ্গমাইল)

মাইবং (IPA: ˌmɑɪˈbɒŋg) (ইংৰাজী: Maibang) অসমডিমা হাছাও জিলাৰ অন্তৰ্ভুক্ত এখন ঠাই৷ মাইবঙৰ নামটো ডিমাছা ভাষাৰ দুটা শব্দ 'MAI' আৰু 'BANG' মিলি হোৱা বুলি জনা যায়, যাৰ অৰ্থ হ'ল 'যথেষ্ট খাদ্য' (Mai ৰ অৰ্থ খাদ্য আৰু 'Bang' ৰ অৰ্থ যথেষ্ট) ৷

মাইবং ১৬ আৰু ১৮ শতিকাত ডিমাচা ৰাজত্বৰ সময়ত ৰাজধানী আছিল বুলি জনা যায়৷ এই সময়ৰ বিভিন্ন ধ্বংসাৱশেষ এতিয়াও মাইবঙৰ বিভিন্ন অঞ্চলত দেখিবলৈ পোৱা যায়৷

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

মাইবং ভৌগোলিকভাৱে 25°18′N 93°10′E / 25.3°N 93.17°E / 25.3; 93.17ত অৱস্থিত৷[1] এই অঞ্চলৰ সাগৰৰ পৰা গড় উচ্চতা ৩৫৫ মিটাৰ (১১৬৪ ফুট)৷

মাইবং চহৰখন মাহুৰ নৈৰ পাৰত এটা পৰ্বতীয়া অঞ্চলত অৱস্থিত৷ এই টাউনখন প্ৰায় দহ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ আছে৷

A momolith monument called "Ek Patthar Ghar" at Maibong, also popularly known as "Longthaini Noh"

আন্ত:গাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[2] মাইবঙৰ মুঠ জনসংখ্যা ৭৭৩৮ জন৷[3] মাইবঙৰ গড় সাক্ষৰতাৰ হাৰ ৭২% ৷ ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ৪৩% আৰু ১৯% ৷

মাইবঙৰ মূল ধৰ্মাৱলম্বী লোকৰ সংখ্যা
ধৰ্ম শতাংশ
হিন্দু
 
৯৯%
মুছলমান
 
০.৮%
খ্ৰীষ্টান
 
০.১%
নাস্তিক
 
০.১%

যাতায়ত ব্যৱস্থা

[সম্পাদনা কৰক]
ৰে'লৰ নাম ৰে'লৰ নম্বৰ পৰা লৈ প্ৰত্যাৱৰ্ত্তন গমন (Departure)
কাছাৰ এক্সপ্ৰেছ ১৫৬৯১ লামডিং শিলচৰ 10:29 PM 10:39 PM
কাছাৰ এক্সপ্ৰেছ ১৫৬৯২ শিলচৰ লামডিং 04:09 04:19
বৰাক ভেলী এক্সপ্ৰেছ ১৫৬৯৩ লামডিং ধৰ্মনগৰ 06:48 06:58
বৰাক ভেলী এক্সপ্ৰেছ ১৫৬৯৪ ধৰ্মনগৰ লামডিং 18:49 18:59
আগৰতলা এক্সপ্ৰেছ ১৫৬৯৫ লামডিং আগৰতলা 23:34 23:44
আগৰতলা এক্সপ্ৰেছ. ১৫৬৯৬ আগৰতলা লামডিং 07:46 07:56
হিল কুইন এক্সপ্ৰেছ ০৫৬৯৭ লামডিং হাফলং 11:41 11:51
হিল কুইন এক্সপ্ৰেছ ০৫৬৯৮ হাফলং লামডিং 15:10 15:20

মাইবঙত ভালসংখ্যক শিক্ষা প্ৰতিষ্ঠান আছে৷ ইয়াৰে ভিতৰত উল্লেখযোগ্য হ'ল-

বিদ্যালয়-

  • মাইবং উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • এভাৰ গ্ৰীণ উচ্চ মাধ্যমিক বিদ্যালয়
  • প্ৰণবানন্দ বিদ্যা মন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়
  • মাইবং উচ্চ মাধ্যমিক বিদ্যালয়
  • চেইণ্ট জেভিয়াৰছ স্কুল
  • কালাচান্দ উচ্চ মাধ্যমিক বিদ্যালয়
  • নেৰিং হিন্দী একাডেমী
  • চেইঞ্জা ভেলী বিদ্যালয়
  • মাইবং চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়-

  • মাইবং মহাবিদ্যালয়

ৰাজনীতি

[সম্পাদনা কৰক]

উল্লেখযোগ্য ঠাই

[সম্পাদনা কৰক]
  • ৰাসবাৰী: কচাৰী ৰাজত্বৰ ধ্বংসাৱশেষ পোৱা যায়
  • এক পথ্থৰ ঘৰ: পৌৰাণিক মন্দিৰ
  • মাইবং জলপ্ৰপাত

উল্লেখযোগ্য ব্যক্তি

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Falling Rain Genomics, Inc - Maibang[সংযোগবিহীন উৎস]
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999 আহৰণ কৰা হৈছে: 2008-11-01.
  3. "Population Finder". Censusindia.gov.in. http://www.censusindia.gov.in/PopulationFinder/Population_Finder.aspx আহৰণ কৰা হৈছে: 2012-09-30.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]