বাসুগাঁও
অৱয়ব
বাসুগাঁও | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | চিৰাং জিলা |
উচ্চতা | 47 m (154 ft) |
জনসংখ্যা (2001) | |
• মুঠ | 12,441 |
বাসুগাঁও (ইংৰাজী: Basugaon, (IPA:ˈbɑːsʊˌgɑ̃ʊ)) অসমৰ চিৰাং জিলাত অৱস্থিত এখন নগৰ৷
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]শিক্ষা
[সম্পাদনা কৰক]উল্লেখযোগ্য বিদ্যালয়
[সম্পাদনা কৰক]- বাসুগাঁও উচ্চত্তৰ মাধ্যমিক বিদ্যালয়
- নেতাজী সুভাষ বিদ্যানিকেতন
- জ্ঞানপীঠ জাতীয় বিদ্যালয়
- ৰাজা অজিত নাৰায়ন দেব ছোৱালী এম ই স্কূল
- গুৰুকুল ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়
উল্লেখযোগ্য মহাবিদ্যালয়
[সম্পাদনা কৰক]- বাসুগাঁও মহাবিদ্যালয়[1]
- আচাৰ্য কনিষ্ঠ মহাবিদ্যালয়
- বাসুগাঁও ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল
যাতায়ত ব্যৱস্থা
[সম্পাদনা কৰক]ৰেলপথ
[সম্পাদনা কৰক]বাসুগাঁও উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্ভুক্ত৷ চিৰাং জিলাত থকা ৰেলৱে ষ্টেচনৰ ভিতৰত বাসুগাঁও ৰেলৱে ষ্টেচন অন্যতম৷
অন্যান্য পথ
[সম্পাদনা কৰক]৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে বাসুগাঁওক অন্যান্য ৰাজ্য যেনে বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ সৈতে সংযোগ কৰিছে৷ তাৰোপৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথো এই অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে৷
উল্লেখযোগ্য স্থান
[সম্পাদনা কৰক]মঠ-মন্দিৰ
[সম্পাদনা কৰক]- ৰজা ঠাকুৰ মন্দিৰ
- কালি মন্দিৰ
- গোবিন্দ মন্দিৰ
- ৰামকৃষ্ণ আশ্ৰম
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2017-08-09. https://web.archive.org/web/20170809185228/http://www.htcampus.com/college/basugaon-college/। আহৰণ কৰা হৈছে: 2014-01-22.