বাসুগাঁও
বাসুগাঁও | |
---|---|
— নগৰ — | |
ভৌগোলিক স্থানাংক: 26°28′N 90°24′E / 26.47°N 90.4°Eস্থানাংক: 26°28′N 90°24′E / 26.47°N 90.4°E | |
দেশ | ![]() |
ৰাজ্য | অসম |
জিলা | চিৰাং জিলা |
উচ্চতা | ৪৭ মিটাৰ (১৫৪.২০ ফুট) |
জনসংখ্যা (২০০১) | |
- মুঠ | ১২,৪৪১ জন |
ভাষা | |
- চৰকাৰী | অসমীয়া |
সময় অঞ্চল | ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30) |
বাসুগাঁও (ইংৰাজী: Basugaon, (IPA:ˈbɑːsʊˌgɑ̃ʊ)) অসমৰ চিৰাং জিলাত অৱস্থিত এখন নগৰ৷
ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]
শিক্ষা[সম্পাদনা কৰক]
উল্লেখযোগ্য বিদ্যালয়[সম্পাদনা কৰক]
- বাসুগাঁও উচ্চত্তৰ মাধ্যমিক বিদ্যালয়
- নেতাজী সুভাষ বিদ্যানিকেতন
- জ্ঞানপীঠ জাতীয় বিদ্যালয়
- ৰাজা অজিত নাৰায়ন দেব ছোৱালী এম ই স্কূল
- গুৰুকুল ৰাষ্ট্ৰীয় উচ্চতৰ মাধ্যমিক বিদ্যালয়
উল্লেখযোগ্য মহাবিদ্যালয়[সম্পাদনা কৰক]
- বাসুগাঁও মহাবিদ্যালয়[1]
- আচাৰ্য কনিষ্ঠ মহাবিদ্যালয়
যাতায়ত ব্যৱস্থা[সম্পাদনা কৰক]
ৰেলপথ[সম্পাদনা কৰক]
বাসুগাঁও উত্তৰ-পূব সীমান্ত ৰেলৱেৰ অন্তৰ্ভুক্ত৷ চিৰাং জিলাত থকা ৰেলৱে ষ্টেচনৰ ভিতৰত বাসুগাঁও ৰেলৱে ষ্টেচন অন্যতম৷
অন্যান্য পথ[সম্পাদনা কৰক]
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথে বাসুগাঁওক অন্যান্য ৰাজ্য যেনে বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ সৈতে সংযোগ কৰিছে৷ তাৰোপৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথো এই অঞ্চলৰ মাজেৰে পাৰ হৈ গৈছে৷
উল্লেখযোগ্য স্থান[সম্পাদনা কৰক]
মঠ-মন্দিৰ[সম্পাদনা কৰক]
- ৰজা ঠাকুৰ মন্দিৰ
- কালি মন্দিৰ
- গোবিন্দ মন্দিৰ
- ৰামকৃষ্ণ আশ্ৰম