সমললৈ যাওক

অসমৰ সংমণ্ডল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমৰ পাঁচটা প্ৰশাসনিক বিভাগ বা সংমণ্ডলৰ অৱস্থান

প্ৰশাসনিক সুবিধাৰ বাবে অসমক পাঁচটা প্ৰশাসনিক বিভাগত ভাগ কৰা হৈছে। এই প্ৰশাসনিক বিভাগ বোৰকে সংমণ্ডল বোলা হয়। প্ৰতিটো সংমণ্ডল কেইখনমান জিলাৰ সমষ্টি। এই বিভাগ সমূহ সংমণ্ডলীয় কমিছনাৰৰ দ্বাৰা শাসিত।

১৮৭৪ চনত চিফ কমিছনাৰছ প্ৰভিডেন্স হিচাপে অসম গঠন কৰা হৈছিল। তেতিয়া অসমৰ ৰাজধানী আছিল শ্বিলং। প্ৰশাসনিক সুবিধাৰ বাবে তেতিয়া অসমক ছয়খন জিলাত বিভক্ত কৰা হয়। সেইকেইখন হল: গোৱালপাৰা, কামৰূপ, শোণিতপুৰ, নগাঁও, শিৱসাগৰ আৰু লখিমপুৰ জিলা। এই গোটেইকেখন জিলা ব্ৰহ্মপুত্ৰ উপত্যকাৰ। তেতিয়া ইয়াক অসম উপত্যকা বুলিও জনা গৈছিল। ১৮৮০ চনত অসম উপত্যকাৰ ন্যায়াধীশ জনক কমিছনাৰ ৰূপে অতিৰিক্ত দায়িত্ব দিয়া হৈছিল।[3]১৯০৫ চনত অসম উপত্যকাৰ ন্যায়াধীশ আৰু কমিছনাৰৰ কাৰ্যালয় পৃথক কৰা হয়।[4] লগতে পাৰ্বত্য জিলা আৰু সুৰমা উপত্যকাৰ প্ৰশাসনৰ বাবে কমিছনাৰৰ কাৰ্যালয় স্থাপন কৰা হয়।[5]

সংমণ্ডলৰ তালিকা

[সম্পাদনা কৰক]

পুৰণি সংমণ্ডল (২০১৫ চনলৈ)

[সম্পাদনা কৰক]
সংমণ্ডলৰ নামবিভাগীয় কাৰ্যালয়অন্তৰ্ভুক্ত জিলা
পাৰ্বত্য আৰু বৰাক উপত্যকাদিছপুৰকাছাৰ, ডিমা হাছাও, হাইলাকান্দি, কাৰ্বি আংলং, আৰু কৰিমগঞ্জ
নামনি অসমপাণবজাৰবাক্সা, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, আৰু কোকৰাঝাৰ
উত্তৰ অসমতেজপুৰদৰং, মৰিগাঁও, নগাঁও, শোণিতপুৰ, আৰু ওদালগুৰি
উজনি অসমযোৰহাটধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, শিৱসাগৰ, আৰু তিনিচুকীয়া

বৰ্তমান সংমণ্ডল[6]

[সম্পাদনা কৰক]
সংমণ্ডলবিভাগীয় কাৰ্যালয়অন্তৰ্ভুক্ত জিলা
বৰাক উপত্যকাশিলচৰকাছাৰ, হাইলাকান্দি, আৰু কৰিমগঞ্জ
মধ্য অসমনগাঁওডিমা হাছাও, হোজাই, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, আৰু নগাঁও
নামনি অসমপাণবজাৰবাক্সা, বৰপেটা, বজালী, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, নলবাৰী, কামৰূপ মেট্ৰ', কামৰূপ গ্ৰাম্য, কোকৰাঝাৰ, আৰু দক্ষিণ শালমাৰা মানকাচৰ
উত্তৰ অসমতেজপুৰবিশ্বনাথ, দৰং, শোণিতপুৰ, আৰু ওদালগুৰি
উজনি অসমযোৰহাটচৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ, আৰু তিনিচুকীয়া

প্ৰস্তাৱিত সংমণ্ডল

[সম্পাদনা কৰক]
সংমণ্ডলবিভাগীয় কাৰ্যালয়অন্তৰ্ভুক্ত জিলা
পাৰ্বত্য অসমডিফুডিমা হাছাও, পূব কাৰ্বি আংলং, আৰু পশ্চিম কাৰ্বি আংলং
বৰাক উপত্যকাশিলচৰকাছাৰ, হাইলাকান্দি, আৰু কৰিমগঞ্জ
বড়োলেণ্ডকোকৰাঝাৰবাক্সা, চিৰাং, কোকৰাঝাৰ, আৰু ওদালগুৰি
মধ্য অসমনগাঁওহোজাই, মৰিগাঁও, আৰু নগাঁও
কামৰূপপাণবজাৰদৰং, কামৰূপ মেট্ৰ', আৰু কামৰূপ গ্ৰাম্য
নামনি অসমবঙাইগাঁওবৰপেটা, বজালী, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, নলবাৰী, আৰু দক্ষিণ শালমাৰা–মানকাচৰ
উত্তৰ অসমতেজপুৰবিশ্বনাথ, লখিমপুৰ, আৰু শোণিতপুৰ
উজনি অসমযোৰহাটচৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, মাজুলী, শিৱসাগৰ, আৰু তিনিচুকীয়া

পৌৰ নিগম

[সম্পাদনা কৰক]

স্বাধীনতা-উত্তৰ কালৰ নগৰ সমূহ

[সম্পাদনা কৰক]

ভাৰতে স্বাধীনতা লাভ কৰা আগৰে পৰা অসমৰ কেইখন ঠাই নগৰ হিচাপে স্বীকৃতি পাইছিল। এই নগৰ সমূহত প্ৰশাসনৰ বাবে পৌৰসভা গঠন কৰা হৈছিল। সেই পুৰণি নগৰ সমূহৰ তালিকা তলত দিয়া হৈছে:[8][9]

ধৰণগঠনকালনগৰ
পৌৰসভাভাৰতে স্বাধীনতা লাভ কৰাৰ আগত
  1. "Urbanisation and Growth of Small Towns in Assam, India". Rinku Manta, Research Scholar, Deptt. of Geography - Gauhati University and Dr. Jnanshree Borah, Associate Professor, Deptt. of Geography: Arya Vidyapeeth and Cotton College - Gauhati University. 2005. Archived from the original on 2020-10-26. https://web.archive.org/web/20201026171344/https://www.unil.ch/files/live/sites/igu-urban/files/shared/Manta.pdf আহৰণ কৰা হৈছে: 2017-08-17.
  2. Report on the Administration of North East India. 1921. https://books.google.co.uk/books?id=pL_GfLfK3lYC&pg=PA1&lpg=PA1&dq=Report+on+the+Administration+of+North+East+India&source=bl&ots=hrhDogobPY&sig=27HKVSVUwfaFk48zgtHyPzz-spk&hl=en&sa=X&ved=0ahUKEwiE352AzvHRAhXogVQKHQskDNMQ6AEIIzAB#v=onepage&q=permanent%20centres%20of%20commerce&f=false.
  3. "In 1879, Sir Bayley, therefore, proposed to the Government of India that the Judge of Assam Valley to be the ex-officio Commissioner of Assam Valley. High Court objected to the proposal. But Government of India approved the scheme and the Chief Commissioner invested the Judge of Assam with the powers of a Commissioner of a Division." (Bose 1985, পৃষ্ঠা 32)
  4. (Bose 1985, পৃষ্ঠা 33)
  5. (Bose 1985, পৃষ্ঠা 36)
  6. (Press Trust of India 31 Sept. 2015)
  7. "Citizens submit memo to Sonowal, The Telegraph (Calcutta – Gauhati)". Avik Chakraborty. 21 December 2016. https://www.telegraphindia.com/1161222/jsp/northeast/story_126084.jsp#.WOeV1BIrIch আহৰণ কৰা হৈছে: 21 December 2016.
  8. "Urbanisation and Growth of Small Towns in Assam, India". Rinku Manta, Research Scholar, Deptt. of Geography - Gauhati University and Dr. Jnanshree Borah, Associate Professor, Deptt. of Geography: Arya Vidyapeeth and Cotton College - Gauhati University. 2005. Archived from the original on 2020-10-26. https://web.archive.org/web/20201026171344/https://www.unil.ch/files/live/sites/igu-urban/files/shared/Manta.pdf আহৰণ কৰা হৈছে: 2017-08-17.
  9. Report on the Administration of North East India. 1921. https://books.google.co.uk/books?id=pL_GfLfK3lYC&pg=PA1&lpg=PA1&dq=Report+on+the+Administration+of+North+East+India&source=bl&ots=hrhDogobPY&sig=27HKVSVUwfaFk48zgtHyPzz-spk&hl=en&sa=X&ved=0ahUKEwiE352AzvHRAhXogVQKHQskDNMQ6AEIIzAB#v=onepage&q=permanent%20centres%20of%20commerce&f=false.
  10. Saikia, Dr Jugal (8 April 2016). Economics Of Informal Milk Producing Units In Assam
    – Guwahati municipal region, 1853, reconstituted 1873.
    . Notion Press. https://books.google.com/books?id=mJroCwAAQBAJ আহৰণ কৰা হৈছে: 5 August 2016.
  11. "Dibrugarh Municipal Board – Dibrugarh municipal region, 1873.". Archived from the original on 2016-06-11. https://web.archive.org/web/20160611150105/http://dibrugarhmunicipality.org.in/ আহৰণ কৰা হৈছে: 2017-08-17.
  12. "Goalpara Municipal Board-About Us – Goalpara municipal region, 1875.". Archived from the original on 2016-06-25. https://web.archive.org/web/20160625135907/http://goalparamb.org.in/Aboutus.html আহৰণ কৰা হৈছে: 2017-08-17.
  13. "Dhubri Municipal Board – Dhubri municipal region, 1883.". Archived from the original on 2017-04-07. https://web.archive.org/web/20170407235031/http://www.dhubrimb.org.in/ আহৰণ কৰা হৈছে: 2017-08-17.
  14. "Nagaon – History – Nagaon municipal region, 1893.". Archived from the original on 2018-04-18. https://web.archive.org/web/20180418063334/http://nagaon.gov.in/hist.html আহৰণ কৰা হৈছে: 2017-08-17.
  15. "About Municipal Board – Tezpur – Tezpur municipal region, 1894.". Archived from the original on 2016-06-24. https://web.archive.org/web/20160624164612/http://www.tezpurmb.co.in/AboutMunicipalBoard.aspx আহৰণ কৰা হৈছে: 2017-08-17.
  16. "Jorhat Municipal Board(JBM), Jorhat, Assam – Jorhat municipal region, 1909". Archived from the original on 2016-03-27. https://web.archive.org/web/20160327181336/http://jorhatmunicipalboard.org/jorhat_municipal_board.php আহৰণ কৰা হৈছে: 2017-08-17.
  17. "AGP lists civic poll candidates – Golaghat municipal region, 1920". http://www.telegraphindia.com/1150119/jsp/northeast/story_9079.jsp#.V0OXAZMrIcg আহৰণ কৰা হৈছে: 5 August 2016.
  18. "Silchar Municipal Board (Silchar Municipality) Assam – Silchar Karimganj Hailakandi – Silchar municipal region, 1922". http://silchartoday.com/silchar/silchar-municipal-board-silchar-municipality-assam/ আহৰণ কৰা হৈছে: 5 August 2016.

তথ্য উৎস

[সম্পাদনা কৰক]
  • Bose, M L (1985). Development of Administration in Assam. প্ৰকাশক New Delhi: Concept Publishing Company. 
  • (October 31, 2015). "Assam reorganises different divisions". (Web link). সংগ্ৰহ কৰা হৈছে: November 1, 2015.