সৰুপথাৰ
অৱয়ব
সৰুপথাৰ | |
---|---|
নগৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | গোলাঘাট |
কালি | |
• মুঠ | 3.8 km2 (1.5 sq mi) |
জনসংখ্যা (2004) | |
• মুঠ | 10,337 |
• ঘনত্ব | 2,700/km2 (7,000/sq mi) |
Sub-division = Dhansiri |
সৰুপথাৰ (ইংৰাজী: Sarupathar) অসমৰ গোলাঘাট জিলাৰ অন্তৰ্ভুক্ত এখন নগৰ৷
ভৌগোলিক বিৱৰণ
[সম্পাদনা কৰক]জনসংখ্যা
[সম্পাদনা কৰক]২০০১ বৰ্ষৰ লোকপিয়ল অনুসৰি,[1] সৰুপথাৰৰ জনসংখ্যা ৯৮২৭ গৰাকী৷ ইয়াৰে ৫৫% পুৰুষ আৰু ৪৫% মহিলা৷ সৰুপথাৰৰ গড় সাক্ষৰতাৰ হাৰ ৬০%; ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ পৃথককৈ সাক্ষৰতাৰ হাৰ ক্ৰমে ৮৪% আৰু ৭৭% ৷ মুঠ জনসংখ্যাৰ প্ৰায় ১১% ছয় বছৰৰ অনুৰ্ধৰ৷
সৰুপথাৰৰ গৰিষ্ঠসংখ্যক লোকেই হিন্দু ধৰ্মাৱলম্বী যদিও মুছলমান, বৌদ্ধ, খ্ৰীষ্টান লোকো আছে৷
ৰাজনীতি
[সম্পাদনা কৰক]সৰুপথাৰ অঞ্চলটো কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত৷ [2]
শিক্ষা
[সম্পাদনা কৰক]মহাবিদ্যালয়
[সম্পাদনা কৰক]- সৰুপথাৰ মহাবিদ্যালয়
বিদ্যালয়
[সম্পাদনা কৰক]- সৰুপথাৰ উচ্চ মাধ্যমিক বিদ্যালয়
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01.
- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-06.