দানৱ ৰাজবংশ
অৱয়ব
প্ৰাগজ্যোতিষ ৰাজ্য | |||||||
---|---|---|---|---|---|---|---|
Status | কিংবদন্তি | ||||||
Government | ৰাজতন্ত্ৰ | ||||||
Historical era | লৌহ যুগ | ||||||
|
দানৱ ৰাজবংশই উত্তৰ-পূব ভাৰতৰ অসমত ৰাজনৈতিক শাসনৰ সূত্ৰপাত কৰিছিল।[1] মহীৰংগ দানৱে এই বংশ প্ৰতিষ্ঠা কৰিছিল। তেওঁলোক কিৰাট মূলৰ লোক আছিল। কালিকা পুৰাণত এই শাসকসকলৰ উল্লেখ আছে কিন্তু একো পুৰাতাত্বিক প্ৰমাণ নাই।
কিৰাট শাসকৰ শেষজন ঘটকাসুৰক নৰক ৰাজবংশৰ কিংবদন্তি ৰজা নৰকাসুৰে বধ কৰি নিজৰ শাসন আৰম্ভ কৰে।[2]
ৰজাসকল
[সম্পাদনা কৰক]- মহীৰংগ (মৈৰং)
- হটকাসুৰ
- শম্ভাসুৰ
- ৰত্নাসুৰ
- ঘটকাসুৰ
টোকা
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- Gait, Edward A (1906), A History of Assam, প্ৰকাশক Calcutta, https://books.google.com/books?id=w-6kr1IyHJkC
|