সমললৈ যাওক

ৰঙিয়া (বিধানসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰঙিয়া বিধান সভা সমষ্টি
সমষ্টি নং- ৩১ অসম বিধানসভা সমষ্টি
সমষ্টিৰ বিৱৰণ
ৰাষ্ট্ৰভাৰত
ৰাজ্যঅসম
বিভাগনামনি অসম
জিলাকামৰূপ
লোকসভা সমষ্টিদৰং–ওদালগুৰি
প্ৰতিস্থা১৯৫১-বৰ্তমান
সংৰক্ষণনাই
বিধান সভাৰ সদস্য
পদাধিকাৰী
দল      বিজেপি
নিৰ্বাচিত বছৰ২০২১

ৰঙিয়া বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৩১ হৈছে ৰঙিয়া বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1][2] ৰঙিয়া কামৰূপ জিলাৰ ছখন বিধানসভা সমষ্টিৰ অন্যতম। ই দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ অন্তৰ্গত এঘাৰখন বিধানসভা সমষ্টিৰ এখন। দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ আন দহখন বিধানসভা সমষ্টি হ'ল ওদালগুৰি জিলাৰ ভেৰগাঁও, ওদালগুৰি, মাজবাট, টংলা, দৰং জিলাৰ ছিপঝাৰ, মঙলদৈ, দলগাঁও, কামৰূপ জিলাৰ কমলপুৰ, তামুলপুৰ জিলাৰ তামুলপুৰ আৰু গোৰেশ্বৰ

বিধায়কসকল

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]