মঙ্গলদৈ (লোকসভা সমষ্টি)
অৱয়ব
(মংগলদৈ (লোকসভা সমষ্টি)ৰ পৰা পুনঃনিৰ্দেশিত)
মঙ্গলদৈ লোকসভা সমষ্টি (ইংৰাজী: Mangaldoi Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
[সম্পাদনা কৰক]মঙ্গলদৈ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে [1]:
- কমলপুৰ বিধানসভা সমষ্টি
- ৰঙিয়া বিধানসভা সমষ্টি
- নলবাৰী বিধানসভা সমষ্টি
- পানেৰী বিধানসভা সমষ্টি
- কলাইগাঁও বিধানসভা সমষ্টি
- ছিপাঝাৰ বিধানসভা সমষ্টি
- মঙ্গলদৈ বিধানসভা সমষ্টি
- দলগাঁও বিধানসভা সমষ্টি
- ওদালগুৰি বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)
- মাজবাট বিধানসভা সমষ্টি
লোকসভাৰ সদস্যসকল
[সম্পাদনা কৰক]ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
---|---|---|---|
১ | ১৯৬৭ | হেম বৰুৱা | প্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী |
২ | ১৯৭১ | ধৰণীধৰ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩ | ১৯৭৭ | হীৰালাল পাটোৱাৰী | জনতা দল |
৪ | ১৯৮৫ | ছৈফুদ্দিন আহমেদ | অসম গণ পৰিষদ |
৫ | ১৯৯১ | প্ৰবীণ ডেকা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬ | ১৯৯৬ | বিৰেন্দ্ৰ প্ৰসাদ বৈশ্য | অসম গণ পৰিষদ |
৭ | ১৯৯৮ | মাধৱ ৰাজবংশী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮ | ১৯৯৯ | মাধৱ ৰাজবংশী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯ | ২০০৪ | নাৰায়ণ চন্দ্ৰ বৰকটকী | ভাৰতীয় জনতা পাৰ্টী |
১০ | ২০০৯ | ৰমেন ডেকা | ভাৰতীয় জনতা পাৰ্টী |
১১ | ২০১৪ | ৰমেন ডেকা[2] | ভাৰতীয় জনতা পাৰ্টী |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232610/http://eciresults.nic.in/ConstituencywiseS038.htm?ac=8। আহৰণ কৰা হৈছে: 7 জুন 2014.
|