পাথাৰকান্দি (বিধানসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

পাথাৰকান্দি বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ২ হৈছে পাথাৰকান্দি বিধানসভা সমষ্টিৰ ক্ৰমাংক।[1] পাথাৰকান্দি কৰিমগঞ্জ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ অন্যতম। ই কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত সাতখন বিধানসভা সমষ্টিৰ এখন। কৰিমগঞ্জ লোকসভা সমষ্টিৰ আন ছয়টা বিধানসভা সমষ্টি হ'ল, কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ আৰু হাইলাকান্দি জিলাহাইলাকান্দি, কাটলিচেৰা আৰু আলগাপুৰ[1]

বিধায়কসকল[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]