চুড়াচান্দপুৰ জিলা
চুড়াচান্দপুৰ জিলা Lamka, Paite[1] |
|
---|---|
— মণিপুৰৰ জিলা — | |
মণিপুৰত চুড়াচান্দপুৰৰ অৱস্থান | |
দেশ | ![]() |
ৰাজ্য | মণিপুৰ |
সদৰ | চুড়াচান্দপুৰ |
চৰকাৰ | |
- লোকসভা সমষ্টি | আউটাৰ মণিপুৰ |
মাটিকালি | |
- মুঠ | ৪,৫৭০ কি.মি.২ (১,৭৬৪.৫ বৰ্গ মাইল) |
উচ্চতা | ৯১৪.৪ মিটাৰ (৩,০০০.০০ ফুট) |
জনসংখ্যা (২০১১) | |
- মুঠ | ২,৭১,২৭৪ জন |
- জনঘনত্ব | ৫৯.৪ প্ৰতি বৰ্গ কি.মি. (১৫৩.৭ প্ৰতি বৰ্গ মাইল) |
জনসংখ্যাৰ তথ্য | |
- সাক্ষৰতা হাৰ | ৮৪.২৯% |
- লিংগ অনুপাত | ৯৬৯ মহিলা প্ৰতি ১০০০ পুৰুষ |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
যানবাহনৰ নম্বৰ | MN |
স্থানাঙ্ক | 24°20′N 93°41′E / 24.333°N 93.683°Eস্থানাংক: 24°20′N 93°41′E / 24.333°N 93.683°E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
চুড়াচান্দপুৰ জিলা (Churachandpur, Pron:/'tʃʊraːˌtʃaːnɗpʊr/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ মাটিকালি ৪৭৫০ বৰ্গ কিলোমিটাৰ৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাখনৰ জনসংখ্যা ২,৭১,২৭৪ জন৷ ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ জিলাসমূহৰ ভিতৰত চুড়াচান্দপুৰ অন্যতম৷
অৰ্থনীতি[সম্পাদনা কৰক]
২০০৬ চনত ভাৰতৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতত আটাইতকৈ অনগ্ৰসৰ জিলাসমূহৰ ভিতৰত চুড়াচান্দপুৰক স্থান দিয়ে৷[3] ভাৰত চৰকাৰৰ Backward Regions Grant Fund (BRGF)-ৰ পৰা পুঁজি লাভ কৰা মণিপুৰৰ তিনিখন জিলাৰ ভিতৰত এই জিলা অন্যতম৷[3]
জনসংখ্যা[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি চুড়াচান্দপুৰৰ জনসংখ্যা ২,৭১,২৭৪ জন৷ ইয়াৰে সৰহ সংখ্যক কুকী-চীন-মিজো (Kuki-Chin-Mizo) লোক৷ [4] জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৭৫৷[4] জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৫৯ জন৷[4] ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৯.০৩%৷[4] চুড়াচান্দপুৰৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬৯ গৰাকী৷[4] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৪.২৯%[4]
এই জিলাৰ ৩০০০ ৰ কম সংখ্যক লোকে চীন-তীব্বেতীয় (Sino-Tibetan Aimol) ভাষা ব্যৱহাৰ কৰে৷[5]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Neihsial, Dr. Tualchin (1996) This is Lamka: A Historical Account of the Fastest Growing Town of Manipur Hills, Churachandpur, India: Zogam Book Centre & Library
- ↑ 2.0 2.1 2.2 "Census of India: Provisional Population Totals and Data Products – Census 2011: Manipur". Office of the Registrar General and Census Commissioner, Ministry of Home Affairs, Government of India. 2011. http://censusindia.gov.in/2011-prov-results/prov_data_products__manipur.html। আহৰণ কৰা হৈছে: 1 June 2011.
- ↑ 3.0 3.1 Ministry of Panchayati Raj (8 September 2009). "A Note on the Backward Regions Grant Fund Programme". National Institute of Plural Development. Archived from the original on 5 April 2012. https://web.archive.org/web/20120405033402/http://www.nird.org.in/brgf/doc/brgf_BackgroundNote.pdf। আহৰণ কৰা হৈছে: 27 September 2011.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011.
- ↑ M. Paul Lewis, ed (2009). "Aimol: A language of India". Ethnologue: Languages of the World (16th সম্পাদনা). প্ৰকাশক Dallas, Texas: SIL International. http://www.ethnologue.com/show_language.asp?code=aim। আহৰণ কৰা হৈছে: 28 September 2011.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
কাছাৰ জিলা, অসম | তামেংলং জিলা | বিষ্ণুপুৰ জিলা সেনাপতি জিলা |
![]() |
ক’লাশিব জিলা, মিজোৰাম | ![]() |
চান্দেল জিলা | ||
![]() ![]() | ||||
![]() | ||||
ছাম্ফাই জিলা, মিজোৰাম | ম্যানমাৰ |
|