সমললৈ যাওক

ছাম্ফাই জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ছাম্ফাই জিলা
ছাম্ফাই, মিজোৰাম
মিজোৰামত ছাম্ফাই জিলাৰ অৱস্থান
মিজোৰামত ছাম্ফাই জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মিজোৰাম
চহৰ ছাম্ফাই
চৰকাৰ
 • লোকসভা কেন্দ্ৰ মিজোৰাম লোকসভা কেন্দ্ৰ
কালি
 • মুঠ
৩,১৮৫ বৰ্গকিমি (১,২৩০ বৰ্গমাইল)
জনসংখ্যা
 (২০১১)
 • মুঠ
১,২৫,৭৪৫
 • ঘনত্ব ৩৯/km (১০০/sq mi)
 • নগৰ
38.59

ছাম্ফাই জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম। জিলাখনৰ উত্তৰ দিশত মণিপুৰ ৰাজ্যৰ চুৰাচান্দপুৰ জিলা; পশ্চিমে চৈতুৱেল আৰু চেৰচিপ জিলা; দক্ষিণ আৰু পূবে ম্যানমাৰ অৱস্থিত। এই জিলাখনৰ আয়তন হৈছে ৩,১৮৫.৮৩ কিলোমিটাৰ (১,২৩০.০৬ বৰ্গমাইল)। ছাম্ফাই জিলাখনৰ প্ৰশাসনিক সদৰ।[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Champhai District : Census 2011 data". census2011.co.in. http://www.census2011.co.in/census/district/389-champhai.html. 
  2. "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 30 September 2011.