পশ্চিম ইম্ফাল জিলা
পশ্চিম ইম্ফাল জিলা | |
---|---|
— মণিপুৰৰ জিলা — | |
মণিপুৰত পশ্চিম ইম্ফালৰ অৱস্থান | |
দেশ | ![]() |
ৰাজ্য | মণিপুৰ |
সদৰ | Lamphelpat |
মহকুমা | Lamphalphat, Patsoi, Lamsang, Wangoi |
চৰকাৰ | |
- লোকসভা সমষ্টি | ইনাৰ মণিপুৰ |
মাটিকালি | |
- মুঠ | ৫৫৮ কি.মি.২ (২১৫.৪ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৫,১৪,৬৮৩ জন |
- জনঘনত্ব | ৯২২.৪ প্ৰতি বৰ্গ কি.মি. (২,৩৮৮.৯ প্ৰতি বৰ্গ মাইল) |
সময় অঞ্চল | ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০) |
স্থানাঙ্ক | 24°49′N 93°54′E / 24.817°N 93.9°Eস্থানাংক: 24°49′N 93°54′E / 24.817°N 93.9°E |
ৱেবছাইট | আনুষ্ঠানিক ৱেবছাইট |
পশ্চিম ইম্ফাল জিলা (Imphal West district, Pron:/ˈɪmfəl or ɪmˈfɑːl/) উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা মণিপুৰৰ জিলাসমূহৰ ভিতৰত সৰ্বোচ্চ৷ [1]
ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]
পশ্চিম ইম্ফাল জিলাৰ সদৰ ঠাই Lamphelpat নগৰ৷ এইজিলাৰ মুঠ মাটিকালি ৫৫৮ বৰ্গ কিলোমিটাৰ৷
ইম্ফল | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
জলবায়ু তালিকা (ব্যাখ্যা) | ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
|
অৰ্থনীতি[সম্পাদনা কৰক]
"District Infrastructure Index"-ৰ সূচাংক অনুসৰি মণিপুৰৰ জিলাসমূহৰ ভিতৰত এই জিলাৰ স্থান প্ৰথম৷[2]
জনসংখ্যা[সম্পাদনা কৰক]
২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ইম্ফল জিলাৰ মুঠ জনসংখ্যা ৫১৪,৬৮৩ গৰাকী৷[1] গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৪৫৷[1] জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৯৯২ জন৷[1] ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৫.৮২% ৷ [1] পশ্চিম ইম্ফল জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২৯ গৰাকী৷[1] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৬.৭%৷[1]
মহকুমা[সম্পাদনা কৰক]
পশ্চিম ইম্ফাল জিলা চাৰিটা মহকুমা আৰু ১০ টা প্ৰশাসনিক চাৰ্কোলত বিভক্ত:
- Lamphalphat মহকুমা: Lamphelpat
- Patsoi মহকুমা: Patsoi, Konthoujam
- Lamsang মহকুমা: Salam, Lamsang, Sekmai
- Wangoi মহকুমা: Hiyangthang, Lilong Chajing, Wangoi, Mayang Imphal
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30.
- ↑ "District at a glance". Imphal West district website. http://www.imphalwest.nic.in/geography.html। আহৰণ কৰা হৈছে: 19 May 2010.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
সেনাপতি জিলা | ![]() | ||
সেনাপতি জিলা | ![]() |
পূব ইম্ফল জিলা | ||
![]() ![]() | ||||
![]() | ||||
বিষ্ণুপুৰ জিলা | থৌবাল জিলা |
|