সমললৈ যাওক

পশ্চিম ইম্ফাল জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পশ্চিম ইম্ফল জিলাৰ পৰা পুনঃনিৰ্দেশিত)
পশ্চিম ইম্ফাল জিলা
মণিপুৰত পশ্চিম ইম্ফালৰ অৱস্থান
মণিপুৰত পশ্চিম ইম্ফালৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য মণিপুৰ
সদৰ Lamphelpat
মহকুমা Lamphalphat, Patsoi, Lamsang, Wangoi
চৰকাৰ
 • লোকসভা সমষ্টি ইনাৰ মণিপুৰ
কালি
 • মুঠ
558 km2 (215 sq mi)
জনসংখ্যা
 (2011)
 • মুঠ
5,14,683
 • ঘনত্ব 920/km2 (2,400/sq mi)

পশ্চিম ইম্ফাল জিলা (Imphal West district, Pron:/ˈɪmfəl or ɪmˈfɑːl/) উত্তৰ-পূব ভাৰতমণিপুৰ ৰাজ্যৰ এখন জিলা৷ ২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ জনসংখ্যা মণিপুৰৰ জিলাসমূহৰ ভিতৰত সৰ্বোচ্চ৷ [1]

ভৌগোলিক অৱস্থান

[সম্পাদনা কৰক]

পশ্চিম ইম্ফাল জিলাৰ সদৰ ঠাই Lamphelpat নগৰ৷ এইজিলাৰ মুঠ মাটিকালি ৫৫৮ বৰ্গ কিলোমিটাৰ৷

ইম্ফল
জলবায়ু তালিকা (ব্যাখ্যা)
জাফেমামেজুনজুছেডি
 
 
১৩
 
২১
 
 
৩১
 
২৩
 
 
৬১
 
২৭
১১
 
 
১০১
 
২৯
১৫
 
 
১৪৬
 
২৯
১৮
 
 
২৮৪
 
২৯
২১
 
 
২৩১
 
২৯
২২
 
 
১৯৭
 
২৯
২১
 
 
১২৪
 
২৯
২০
 
 
১২০
 
২৮
১৭
 
 
৩৬
 
২৫
১০
 
 
১০
 
২২
গড় সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমান °ছেলছিয়াছ
মিলিমিটাৰ হিচাপে মুঠ বৃষ্টিপাত
উৎস: IMD

অৰ্থনীতি

[সম্পাদনা কৰক]

"District Infrastructure Index"-ৰ সূচাংক অনুসৰি মণিপুৰৰ জিলাসমূহৰ ভিতৰত এই জিলাৰ স্থান প্ৰথম৷[2]

জনসংখ্যা

[সম্পাদনা কৰক]
পশ্চিম ইম্ফাল জিলাৰ ধৰ্মসমূহ
ধৰ্ম শতকৰা
হিন্দু ধৰ্ম‎
  
৭৪.৮১%
অন্য
  
১৪.৮৭%
ইছলাম ধৰ্ম‎
  
৪.৬৯%
খ্ৰীষ্টান ধৰ্ম‎
  
৪.৫১%
তথ্য নাই
  
০.৩৯%
বৌদ্ধ ধৰ্ম‎
  
০.৩৭%
জৈন ধৰ্ম‎
  
০.২৪%
শিখ ধৰ্ম‎
  
০.০২%

২০১১ চনৰ লোকপিয়ল অনুসৰি পশ্চিম ইম্ফল জিলাৰ মুঠ জনসংখ্যা ৫১৪,৬৮৩ গৰাকী৷[1] গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৪৫৷[1] জিলাখনত জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৯৯২ জন৷[1] ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৫.৮২% ৷ [1] পশ্চিম ইম্ফল জিলাত প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০২৯ গৰাকী৷[1] জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৬.৭%৷[1]

পশ্চিম ইম্ফাল জিলা চাৰিটা মহকুমা আৰু ১০ টা প্ৰশাসনিক চাৰ্কোলত বিভক্ত:

  • Lamphalphat মহকুমা: Lamphelpat
  • Patsoi মহকুমা: Patsoi, Konthoujam
  • Lamsang মহকুমা: Salam, Lamsang, Sekmai
  • Wangoi মহকুমা: Hiyangthang, Lilong Chajing, Wangoi, Mayang Imphal

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  2. "District at a glance". Imphal West district website. Archived from the original on 26 March 2010. https://web.archive.org/web/20100326003229/http://imphalwest.nic.in/geography.html। আহৰণ কৰা হৈছে: 19 May 2010. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]