গ্ৰীনউইছ মান সময়+০৫:৩০
(গ্ৰী.মা.স.+০৫:৩০ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation
Jump to search
গ্ৰীনউইছ মান সময়+০৫:৩০ চমুকৈ গ্ৰী.মা.স.+৫.৩০ (ইংৰাজী: UTC+05:30) গ্ৰীনউইছ মান সময় নিৰূপনৰ এক পৰিচয়ক। এই সময় ভাৰত আৰু শ্ৰী লংকাত ব্যৱহৃত হয়। এই সময় গ্ৰীনউইছ মান সময়তকৈ ৫.৩০ ঘণ্টা আগত. কুনলুম সময় ক্ষেত্ৰৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
মান সময় হিচাপে[সম্পাদনা কৰক]
দক্ষিণ এছিয়া[সম্পাদনা কৰক]
- ভাৰত (নতুন দিল্লী, মুম্বাই, কলকাতা, চেন্নাই) - ভাৰতীয় মান সময়
- শ্ৰীলংকা - শ্ৰীলংকাৰ মান সময়।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
|