সমললৈ যাওক

ক’লাশিব জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ক’লাশিব জিলা
মিজোৰামত ক’লাশিব জিলাৰ অৱস্থান
মিজোৰামত ক’লাশিব জিলাৰ অৱস্থান
দেশ ভাৰত
ৰাজ্য মিজোৰাম
চহৰ ক’লাশিব
চৰকাৰ
  লোকসভা কেন্দ্র মিজোৰাম লোকসভা কেন্দ্র
কালি
  মুঠ
১,৩৮২.৫১ বৰ্গকিমি (৫৩৩.৭৯ বৰ্গমাইল)
জনসংখ্যা
 (২০১১)
  মুঠ
৮৩,৯৫৫
  ঘনত্ব ৬১/বৰ্গকিমি (১৬০/বৰ্গমাইল)

উত্তৰ-পূব ভাৰতৰ মিজোৰাম ৰাজ্যৰ আঠটা জিলাৰ ভিতৰত ক’লাশিব জিলা অন্যতম৷ জিলাখনৰ সদৰ ক’লাশিব চহৰত অবস্থিত৷ এই জিলাখন আয়তনৰ হিচাপত মিজোৰামৰ সকলোতকৈ সৰু জিলা৷

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]