পূব জয়ন্তীয়া পাৰ্বত্য জিলা
পূব জয়ন্তীয়া পাৰ্বত্য জিলা Pait Wah |
|
---|---|
— মেঘালয়ৰ জিলা — | |
![]() |
|
দেশ | ভাৰত |
ৰাজ্য | মেঘালয় |
স্থাপিত | |
মুখ্যালয় | খিলেৰিহাট |
মাটিকালি | |
- মুঠ | ২,১২৬ কি.মি.২ (৮২০.৯ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৩,৯৫,১২৪ জন |
- জনঘনত্ব | ১৮৫.৯ প্ৰতি বৰ্গ কি.মি. (৪৮১.৪ প্ৰতি বৰ্গ মাইল) |
জনগাঁথনি | |
- সাক্ষৰতাৰ হাৰ | 53% |
- লিঙ্গ অনুপাত | |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+05:30) |
Major highways | NH-6 |
ৱেবছাইট | eastjaintiahills |
পূব জয়ন্তীয়া পাৰ্বত্য (ইংৰাজী: East Jaintia Hills) ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ খিলেৰিহাটত অৱস্থিত। পূব জয়ন্তীয়া পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩১ জুলাইত জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা গঠন কৰা হৈছে।
ভূগোল[সম্পাদনা কৰক]
জিলাখনৰ মুঠ এলেকা হৈছে ২১১৫ বৰ্গ কিলোমিটাৰ। জিলাখনক দুটা Community & Rural Development Block য়ে পৰিচালনা (compose) কৰে, সেইবোৰ হ’ল- Khliehriat C&RD Block, আৰু Saipung C&RD Block। চাৰিসীমা-
- উত্তৰ - অসম আৰু পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা
- দক্ষিণ - বাংলাদেশ আৰু অসম
- পূব- অসম
- পশ্চিম- পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা
বিভাগ[সম্পাদনা কৰক]
প্ৰশাসনিক বিভাগসমূহ[সম্পাদনা কৰক]
পূব জয়ন্তীয়া পাৰ্বত্য জিলাখন দুটা ব্লকত বিভক্ত:[1]
নাম | মুখ্যালয় | জনসংখ্যা | স্থিতি |
খিলেৰিহাট | খিলেৰিহাট | ![]() | |
চাইপুং | চাইপুং | ![]() |
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ The Registrar General & Census Commissioner, India, New Delhi, Ministry of Home Affairs, Government of India (2011) (English ভাষাত) (PDF). Meghalaya Administrative Divisions (Map). http://censusindia.gov.in/2011census/maps/administrative_maps/MEGHALAYA.pdf। আহৰণ কৰা হৈছে: 2011-09-29.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
এই প্ৰবন্ধটো এই মেঘালয়ৰ ভূগোল সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব। এটা পোখালি, আপুনিও ৱিকিপিডিয়াক এইটো বিস্তাৰ কৰি সহায় কৰিব পাৰে। |