গোগামুখ মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গোগামুখ মহাবিদ্যালয়

গোগামুখ মহাবিদ্যালয়ৰ তোৰণ
স্থাপিত ১৯৮১
অধ্যক্ষ চক্ৰধৰ পেগু
স্থান ধেমাজি, অসম, ভাৰত
ৱেবছাইট http://www.gogamukhcollege.org/

ধেমাজি জিলাগোগামুখ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয় স্থাপিত হয় ১৯৮১ চনত। ই গোগামুখ চহৰৰ পৰা দক্ষিণে, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অৱস্থিত । বিজ্ঞান আৰু কলা শাখাৰ পাঠদানৰ সুবিধা থকা এই মহাবিদ্যালয় খন দাতিকাষৰীয়া মিংমাং, নলবাৰী, বৰদৈবাম, চাউলধোৱা আদি ঠাইৰ বাবে উচ্চ-শিক্ষাৰ মূল কেন্দ্ৰ। ২০০৬ চনত ৰূপালী- জয়ন্তী বৰ্ষ পালন কৰা এই মহাবিদ্যালয় খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত স্বীকৃতিপ্ৰাপ্ত।



বাহ্যিক সংযোগ[সম্পাদনা কৰক]