দুধনৈ মহাবিদ্যালয়
দুধনৈ মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৭২ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড° ললিত চন্দ্ৰ ৰাভা |
স্থান | দুধনৈ, গোৱালপাৰা, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | dudhnoicollege |
দুধনৈ মহাবিদ্যালয় (ইংৰাজী: Dudhnoi College) হৈছে ১৯৭২ চনত স্থাপিত অসমৰ গোৱালপাৰা জিলাৰ দুধনৈত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
বিভাগ[সম্পাদনা কৰক]
বিজ্ঞান[সম্পাদনা কৰক]
- গণিত
- পৰিসংখ্যা
- পদাৰ্থ বিজ্ঞান
- ৰসায়ন বিদ্যা
- উদ্ভিদ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
- কম্পিউটাৰ বিজ্ঞান
- নৃতত্ত্ব
কলা[সম্পাদনা কৰক]
- অসমীয়া
- ইংৰাজী
- বড়ো
- গাৰো
- বুৰঞ্জী
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি
- ভূগোল
বাণিজ্য[সম্পাদনা কৰক]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Affiliated College of Gauhati University". http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 29 August 2017.