পূব কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন চৰকাৰী শিক্ষানুষ্ঠান।[1]
অঞ্চলটোৰ কেইগৰাকীমান শিক্ষাবিদৰ উদ্যোগত ১৯৭২ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিল । মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ। শেহতীয়াকৈ মহাবিদ্যালয়খনত জৈৱপদাৰ্থ বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান আদি বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছ।
- পদাৰ্থবিজ্ঞান
- গণিত
- ৰসায়ন বিজ্ঞান
- পৰিসংখ্যা বিজ্ঞান
- কম্পিউটাৰ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
- উদ্ভিদ বিজ্ঞান
- জৈৱ পদাৰ্থবিজ্ঞান
- ফুড প্ৰচেচিং এণ্ড কোৱালিটি মেনেজমেন্ট
- ছফটৱেৰ ডেভেলপমেন্ট এণ্ড চিষ্টেম এডমিনিষ্ট্ৰেশ্যন
- অসমীয়া
- ইংৰাজী
- ইতিহাস
- শিক্ষা
- অৰ্থনীতি বিজ্ঞান
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- ভূগোল বিজ্ঞান
অসমৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ |
|---|
| | গৱেষণা কেন্দ্ৰ | |
|---|
| | বিশ্ববিদ্যালয় | |
|---|
| | অভিযান্ত্ৰিক মহাবিদ্যালয় | |
|---|
| | চিকিৎসা মহাবিদ্যালয় | |
|---|
| | ৰাষ্ট্ৰীয় গুৰুত্বৰ প্ৰতিষ্ঠান | |
|---|
| | অন্যান্য মহাবিদ্যালয় | |
|---|
|
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয়সমূহ |
|---|
| | বাক্সা জিলাৰ মহাবিদ্যালয়সমূহ | |
|---|
| | বৰপেটা জিলাৰ মহাবিদ্যালয়সমূহ | |
|---|
| | বঙাইগাঁও জিলাৰ মহাবিদ্যালয়সমূহ | |
|---|
| | চিৰাং জিলাৰ মহাবিদ্যালয়সমূহ | |
|---|
| | দৰং জিলাৰ মহাবিদ্যালয়সমূহ | |
|---|
| | কামৰূপ জিলাৰ মহাবিদ্যালয়সমূহ | |
|---|
| | গোৱালপাৰা জিলাৰ মহাবিদ্যালয়সমূহ | |
|---|
|