অভয়াপুৰী মহাবিদ্যালয়
অভয়াপুৰী মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৫৫ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড° এছ নাথ |
স্থান | অভয়াপুৰী, অসম, ভাৰত |
ভুক্তি | Gauhati University |
ৱেবছাইট | www |
অভয়াপুৰী মহাবিদ্যালয় (ইংৰাজী: Abhayapuri College) হৈছে অভয়াপুৰী চহৰত অৱস্থিত নামনি অসমৰ আটাইতকৈ পুৰণি উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন। মহাবিদ্যালয়খন ১৯৫৫ চনৰ ১৩ আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিল। বৰ্তমান মহাবিদ্যালয়খনত বিজ্ঞান আৰু কলা দুটা শাখা আছে আৰু এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ "Archived copy". http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 2 October 2015.