বিজনী মহাবিদ্যালয়
অৱয়ব
বিজনী মহাবিদ্যালয় | |
---|---|
মূলমন্ত্ৰ | Learn, shine and live |
স্থাপিত | ১৯৬৯ |
ধৰণ | স্নাতক(কলা)(বিজ্ঞান), স্নাতককোত্তৰ |
ধৰ্মীয় ভুক্তি | বড়োলেণ্ড বিশ্ববিদ্যালয় |
অধ্যক্ষ | ডাঃ বীৰহাস গিৰি বসুমতাৰী |
ৱেবছাইট | bijnicollege |
বিজনী মহাবিদ্যালয় ভাৰত-ভূটান সীমান্তত বিজনী নামৰ ঠাইত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত।[1][2]
ইতিহাস
[সম্পাদনা কৰক]১৯৬৯ চনত অসমৰ চিৰাং জিলাৰ বিজনীত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰে।
বিভাগসমূহ
[সম্পাদনা কৰক]কলা
[সম্পাদনা কৰক]- অসমীয়া ভাষা বিভাগ
- বাংলা ভাষা বিভাগ।
- বড়ো ভাষা বিভাগ।
- ইংৰাজী ভাষা বিভাগ।
- শিক্ষা বিভাগ।
- অৰ্থনীতি বিভাগ।
- ইতিহাস বিভাগ।
- ৰাজনীতি বিজ্ঞান বিভাগ।
- দৰ্শন বিভাগ।
বিজ্ঞান
[সম্পাদনা কৰক]- উদ্ভিদ বিজ্ঞান বিভাগ।
- ৰসায়ন বিজ্ঞান বিভাগ।
- গণিত বিভাগ।
- পদাৰ্থ বিজ্ঞান বিভাগ।
- প্ৰাণীবিজ্ঞান বিভাগ।
স্বীকৃতি
[সম্পাদনা কৰক]২০১৭ চনত মহাবিদ্যালয়খনক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু স্বীকৃতি পৰিষদৰ দ্বাৰা ‘বি+’ গ্ৰেড মান্যতা প্ৰদান কৰা হৈছে। [3] মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় অনুদান আয়োগ (ভাৰত)ৰ দ্বাৰাও স্বীকৃতি দিয়া হৈছে। [4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 11 July 2017.
- ↑ "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 11 July 2017.
- ↑ "CCycle211587" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Bijni+College&Field3=Bijni&Field4=AS&Field5=Cycle2&Field6=11587। আহৰণ কৰা হৈছে: 11 July 2017.[সংযোগবিহীন উৎস]
- ↑ "Colleges in Assam". University Grants Commission. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928204615/http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 11 July 2017.