বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী
স্থাপিত ১৯৭০
ধৰণ ৰাজহুৱা
অধ্যক্ষ মিঃ জয় চৰণ তালুকদাৰ
স্থান সৰ্থেবাৰী, বৰপেটা জিলা, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট bapujeecollege.com

বাপুজী মহাবিদ্যালয় (ইংৰাজী: Bapujee College) হৈছে ১৯৭০ চনত স্থাপিত অসমৰ বৰপেটা জিলাসৰ্থেবাৰীত অৱস্থিত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ এখন শিক্ষানুষ্ঠান৷ এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷[1][2]

স্বীকৃতি[সম্পাদনা কৰক]

২০১৬ চনত মহাবিদ্যালয়খনে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘বি’ গ্ৰেড পাবলৈ সক্ষম হয়।[3] মহাবিদ্যালয়খন 'বিশ্ববিদ্যালয় মঞ্জুৰী কমিশ্যন (ভাৰত)'-ৰ দ্বাৰাও স্বীকৃত।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 7 July 2017. 
  2. "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 7 July 2017. 
  3. "CCycle212153" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Bapujee+College&Field3=Sarthebari&Field4=AS&Field5=Cycle2&Field6=12153। আহৰণ কৰা হৈছে: 7 July 2017. [সংযোগবিহীন উৎস]
  4. "Colleges in Assam". University Grants Commission. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928204615/http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 7 July 2017. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]