বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী
অৱয়ব
বাপুজী মহাবিদ্যালয়, সৰুক্ষেত্ৰী | |
---|---|
স্থাপিত | ১৯৭০ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | মিঃ জয় চৰণ তালুকদাৰ |
স্থান | সৰ্থেবাৰী, বৰপেটা জিলা, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | bapujeecollege |
বাপুজী মহাবিদ্যালয় (ইংৰাজী: Bapujee College) হৈছে ১৯৭০ চনত স্থাপিত অসমৰ বৰপেটা জিলাৰ সৰ্থেবাৰীত অৱস্থিত উচ্চতৰ মাধ্যমিক আৰু স্নাতক মহলাৰ এখন শিক্ষানুষ্ঠান৷ এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত৷[1][2]
স্বীকৃতি
[সম্পাদনা কৰক]২০১৬ চনত মহাবিদ্যালয়খনে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘বি’ গ্ৰেড পাবলৈ সক্ষম হয়।[3] মহাবিদ্যালয়খন 'বিশ্ববিদ্যালয় মঞ্জুৰী কমিশ্যন (ভাৰত)'-ৰ দ্বাৰাও স্বীকৃত।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated Colleges". Guahati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 7 July 2017.
- ↑ "Provincialised colleges affiliated to Guahati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 7 July 2017.
- ↑ "CCycle212153" (PDF). National Assessment & Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Bapujee+College&Field3=Sarthebari&Field4=AS&Field5=Cycle2&Field6=12153। আহৰণ কৰা হৈছে: 7 July 2017.[সংযোগবিহীন উৎস]
- ↑ "Colleges in Assam". University Grants Commission. Archived from the original on 28 September 2011. https://web.archive.org/web/20110928204615/http://www.ugc.ac.in/inside/browse_reco_colleges.php?st=Assam। আহৰণ কৰা হৈছে: 7 July 2017.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|