দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়
অৱয়ব
দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় | |
---|---|
স্থাপিত | ১৯৮৮ |
ধৰণ | ৰাজহুৱা |
অধ্যক্ষ | ড° গজেন্দ্ৰ অধিকাৰী |
স্থান | মিৰ্জা, কামৰূপ, অসম, ভাৰত |
ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
ৱেবছাইট | www |
দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় (ইংৰাজী: Dakshin Kamrup Girls' College) হৈছে ১৯৮৮ চনত স্থাপিত অসমৰ কামৰূপ জিলাৰ মিৰ্জাত অৱস্থিত এখন সাধাৰণ ডিগ্ৰীৰ শিক্ষানুষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1][2]
বিভাগ
[সম্পাদনা কৰক]- অসমীয়া
- ইংৰাজী
- অৰ্থনীতি
- শিক্ষা
- বুৰঞ্জী
- হোম চায়েঞ্চ
- গণ যোগাযোগ আৰু সাংবাদিকতা
- দৰ্শন
মান্যতা
[সম্পাদনা কৰক]- ২০১৬ চনত মহাবিদ্যালয়খনে 'ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ' (National Assessment and Accreditation Council চমুকৈ NAAC) কৰ্তৃক ‘বি’ গ্ৰেড পাবলৈ সক্ষম হয়।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Affiliated Colleges". Gauhati University. Archived from the original on 6 June 2017. https://web.archive.org/web/20170606080313/http://www.gauhati.ac.in/college-affiliated%20colleges.php। আহৰণ কৰা হৈছে: 9 June 2017.
- ↑ "Provincialised colleges affiliated to Gauhati University". Directorate of Higher Education, Assam. Archived from the original on 6 July 2017. https://web.archive.org/web/20170706192913/http://www.dheassam.gov.in/gu-college-list.asp। আহৰণ কৰা হৈছে: 9 June 2017.
- ↑ "CCycle211697" (PDF). National Assessment and Accreditation Council. http://web5.kar.nic.in/naac_ec/ShowPdf.aspx?Field1=College&Field2=Dakshin+Kamrup+Girls%e2%80%99+College&Field3=Mirza&Field4=AS&Field5=Cycle2&Field6=11697। আহৰণ কৰা হৈছে: 9 June 2017.[সংযোগবিহীন উৎস]