ৰঙিয়া মহাবিদ্যালয়
অৱয়ব
অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। |
ৰঙিয়া মহাবিদ্যালয় | |
---|---|
স্থাপিত | ৫ আগষ্ট ১৯৬৩ |
প্ৰশাসনিক কৰ্মচাৰী | ৩৩ |
স্থান | ৰঙিয়া, অসম, ভাৰত 26°11′14″N 91°44′40″E / 26.18722°N 91.74444°Eস্থানাংক: 26°11′14″N 91°44′40″E / 26.18722°N 91.74444°E |
চৌহদ | নগৰ |
ৱেবছাইট | www |
ৰঙিয়া মহাবিদ্যালয় (ইংৰাজী: Rangia College) হৈছে অসমৰ কামৰূপ জিলাৰ ৰঙিয়া চহৰত অৱস্থিত; ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
ইতিহাস
[সম্পাদনা কৰক]ৰঙিয়া মহাবিদ্যালয়খনক ১৯৬৩ চনৰ ৫ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল৷
বিভাগ
[সম্পাদনা কৰক]কলা শাখা
[সম্পাদনা কৰক]- আৰবী
- অসমীয়া
- বঙালী
- বড়ো
- অৰ্থনীতি
- শিক্ষা
- ইংৰাজী
- ইতিহাস
- দৰ্শন
- ৰাজনীতি
- সংস্কৃত
বিজ্ঞান শাখা
[সম্পাদনা কৰক]- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- ভূগোল
- গণিত
- পদাৰ্থ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
বাণিজ্য শাখা
[সম্পাদনা কৰক]- হিচাপবিদ্যা
- বেংকিং
- বাণিজ্যিক আইন (Commercial law)
- অৰ্থনীতি
- ইংৰাজী (business communication)
- FMIL (commerce)
- তথ্য প্ৰযুক্তি ব্যৱস্থাপনা (Information technology Management)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "About Rangia College.". https://rangiacollege.ac.in/। আহৰণ কৰা হৈছে: 29 January 2022.