ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়
স্থাপিত ১৯৭১
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড° এডিচন আলি (Dr. Adison Ali)
স্থান গুৱাহাটী, অসম, ভাৰত
ভুক্তি গুৱাহাটী বিশ্ববিদ্যালয়
ৱেবছাইট lcbcollege.co.in

ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় (ইংৰাজী: Lalit Chandra Bharali College) হৈছে ১৯৭১ চনত স্থাপিত অসমগুৱাহাটীৰ মালিগাঁৱত অৱস্থিত এখন সাধাৰণ স্নাতকৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]

বিভাগ[সম্পাদনা কৰক]

বিজ্ঞান[সম্পাদনা কৰক]

  • পদাৰ্থ বিজ্ঞান
  • গণিত
  • ইলেক্ট্ৰনিকছ এণ্ড কমুনিকেশ্যন টেক্নোলজি (Electronics and communication technology)
  • পৰিসংখ্যা
  • কম্পিউটাৰ বিজ্ঞান

কলা আৰু বাণিজ্য[সম্পাদনা কৰক]

  • অসমীয়া
  • বঙালী
  • ইংৰাজী
  • হিন্দী
  • বুৰঞ্জী
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ৰাজনীতি
  • বাণিজ্য

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]