অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়
অৱয়ব
অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় Assam Rajiv Gandhi University of Cooperative Management | |
---|---|
মূলমন্ত্ৰ | Building capacity for the growth of cooperative |
স্থাপিত | ২০১০ |
ধৰণ | ৰাজহুৱা |
আচাৰ্য | অসমৰ ৰাজ্যপাল |
উপাচাৰ্য | ডঃ ৰফিকুজ জামান (IAS) |
স্থান | শিৱসাগৰ, অসম, ভাৰত |
উপনাম | ARGUCM |
ৱেবছাইট | আধিকাৰিক ৱেবছাইট |
অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়( Assam Rajiv Gandhi University of Cooperative Management) অসমৰ শিৱসাগৰত অৱস্থিত ভাৰতৰ প্ৰথম সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয়। ২০১০ চনৰ অসম ৰাজীৱ গান্ধী সমবায় ব্যৱস্থাপনা বিশ্ববিদ্যালয় বিধেয়কৰ দ্বাৰা বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰা হয়।[1][2] বিশ্ববিদ্যালয়খনে বিশ্ব শিক্ষা শীৰ্ষ-সন্মিলনত(World Education Summit) শ্ৰেষ্ঠ চৰকাৰী পদক্ষেপৰ পদক লাভ কৰিছে।[3]
শিক্ষা
[সম্পাদনা কৰক]বিশ্ববিদ্যালয়খনৰ ৫টা বিদ্যালয় আছে:
- উদ্যমিতা আৰু ব্যৱস্থাপনা বিদ্যালয় (School of Entrepreneurship and Management)
- উদ্ভাৱন আৰু প্ৰযুক্তি বিদ্যালয় (School of Innovation and Technology)
- সংস্কৃতি আৰু গণ-সংযোগ বিদ্যালয়(School of Culture and Media)
- ৰাজহুৱা নীতি আৰু আইন বিদ্যালয় (School of Public Policy and Law)
- পৰিস্থিতিবিজ্ঞান আৰু পুষ্টি বিদ্যালয় (School of Ecology and Sustenance)[2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "State University Assam". University Grants Commission. http://www.ugc.ac.in/stateuniversitylist.aspx?id=3&Unitype=2। আহৰণ কৰা হৈছে: 24 January 2015.
- ↑ 2.0 2.1 "Country's 1st cooperative management university in Assam". The Economic Times. 13 April 2013. http://articles.economictimes.indiatimes.com/2013-04-13/news/38511336_1_national-law-university-forest-management-curriculum। আহৰণ কৰা হৈছে: 24 January 2015.
- ↑ "‘Minority Education’ gets prime focus at World Education Meet". Muslim Mirror. Archived from the original on 2015-08-12. https://web.archive.org/web/20150812032533/http://muslimmirror.com/eng/minority-education-gets-prime-focus-at-world-education-meet/। আহৰণ কৰা হৈছে: 2015-10-27.