সমললৈ যাওক

গায়ত্ৰী মহন্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গায়ত্ৰী মহন্ত
জন্ম ১৪ ফেব্ৰুৱাৰী ১৯৮২
বিশ্বনাথ চাৰিআলি শোণিতপুৰ অসম
ৰাষ্ট্ৰীয়তা ভাৰত ভাৰতীয়
পেচা অভিনেত্ৰী
উচ্চতা ৫.৪
ধৰ্ম হিন্দু
দাম্পত্যসঙ্গী পবিত্ৰ মাৰ্ঘেৰিটা

গায়ত্ৰী মহন্ত (ইংৰাজী: Gayatri Mahanta) এগৰাকী অসমীয়া চলচ্চিত্ৰ জনপ্ৰিয় অভিনেত্ৰী। অসমৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিশ্বনাথ চাৰিআলি মহকুমাত ১৯৮২ চনৰ ১৪ ফেব্ৰুৱাৰীত তেখেতৰ জন্ম হয়[1][2]। গায়ত্ৰী মহন্তই ১৯৯৫ চনত তেখেতৰ অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল "নৰ্থ ইষ্ট মেগা ফেশ্বন শ্ব"ৰ যোগেদি। তেখেতৰ চিত্ৰ অসমৰ বিভিন্ন আলোচনী আদিৰ লগতে আন্তঃৰাষ্ট্ৰীয় আলোচনী ফিল্মফেয়াৰ, বজাৰ আদিৰ বেটুপাতত স্থান লাভ কৰিছে[3]।

অভিনীত চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষচলচ্চিত্ৰপৰিচালকটোকা
২০০২প্ৰেম আৰু প্ৰেমশম্ভু গুপ্তা
২০০৩জুমন সুমনমহিবুল হক
২০০৪দীনবন্ধু (২০০৪ চলচ্চিত্ৰ)মুনিন বৰুৱা
২০০৫জীৱন তৃষ্ণাঅৰূপ মান্না
২০০৬দেউতা দিয়া বিদায়ৰমেশ মোডী
২০১১পলে পলে উৰে মনতিমথী দাস হাঞ্চে

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]