১৯৮০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বৰ্ষ ছবি পৰিচালক সংগীত পৰিচালক মুক্তিৰ তাৰিখ টোকা
১৯৮০ অকণ গৌৰী বৰ্মন ড॰ ভূপেন হাজৰিকা
মইনাজান দেৱ কুমাৰ বসু খগেন মহন্ত ১৪ নবেম্বৰ
উপপথ হেমন্ত দত্ত মণিষা হাজৰিকা
আজলী নবৌ নিপ বৰুৱা ৰমেন বৰুৱা ২২ ফেব্ৰুৱাৰী
ৰজা হৰিশ্চন্দ্ৰ দ্বিবন বৰুৱা ৰমেন বৰুৱা
মন আৰু মৰম দ্বিবন বৰুৱা দ্বিবন বৰুৱা
১৯৮১ পোনাকণ আব্দুল মজিদ কুমাৰ ৰঞ্জন
উত্তৰশূন্য দ্বিবন বৰুৱা ৰমেন বৰুৱা
অনিৰ্বাণ ড. ভবেন্দ্ৰনাথ শইকীয়া আখটাৰ খান শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
মানসী বলাই সেন ৰমেন বৰুৱা
ৰজনী গন্ধা প্ৰফুল্ল কুমাৰ বৰুৱা কুমাৰ ৰঞ্জন
১৯৮২ কাজিৰঙাৰ কাহিনী সমৰেন্দ্ৰ নাৰায়ণ দেৱ সুধীন দাশগুপ্ত
সাদৰী পুলক গগৈ কুল-অতুল
বোৱাৰী শিৱপ্ৰসাদ ঠাকুৰ ড॰ উপেন কাকতি
অপৰূপা জাহ্নু বৰুৱা ড॰ ভূপেন হাজৰিকা ১৬ এপ্ৰিল শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
ৰাজা সমৰেন্দ্ৰ নাৰায়ন দেৱ ৰমেন বৰুৱা
১৯৮৩ ঘৰ সংসাৰ শিৱপ্ৰসাদ ঠাকুৰ বসন্ত-মাণিক
আলোকৰ আহ্বান চাৰুকমল হাজৰিকা নয়ন শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
শ্ৰী শ্ৰী মা কামাখ্যা আনোৱাৰ হুছেইন ৰাজেশ্বৰ বৰদলৈ
ককাদেউতা নাতি আৰু হাতী নিপ বৰুৱা ৰমেন বৰুৱা ১৮ নবেম্বৰ
১৯৮৪ সেন্দূৰ পুলক গগৈ দশৰথ দাস
সোণ মইনা শিৱপ্ৰসাদ ঠাকুৰ বসন্ত-মাণিক শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
নয়নমণি সুপ্ৰভা দেৱী জিতু-তপন প্ৰথম অসমীয়া মহিলা পৰিচালকৰ ছবি
দেৱী শম্ভু গুপ্তা, দাৰা আহমেদ ভূপেন উজীৰ
শকুন্তলা আৰু শংকৰ জোছেফ আলী নিপ বৰুৱা ৰমেন বৰুৱা
জীৱন সুৰভি নৰেশ কুমাৰ ভূপেন উজীৰ প্ৰথম অসমীয়া চিনেমাস্কোপ ছবি
১৯৮৫ মানস কন্যা ফণী তালুকদাৰ সলীল চৌধুৰী
অংগীকাৰ প্ৰবীণ বৰা ড॰ ভূপেন হাজৰিকা
সূৰুয পুলক গগৈ নয়ন
অগ্নিস্নান ভবেন্দ্ৰ নাথ শইকীয়া তৰুণ গোস্বামী ২৭ ডিচেম্বৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ ৰাষ্ট্ৰীয় বঁটা
শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
মন মন্দিৰ শিৱপ্ৰসাদ ঠাকুৰ বসন্ত-মাণিক
ব'হাগৰ দুপৰীয়া জন্‌ছ মহলীয়া ভূপেন উজীৰ
সৰবজান হীৰেন চৌধুৰী, সুপ্ৰভা দেৱী মহানন্দ মজিন্দাৰ বৰুৱা
পূজা দাৰা আহমেদ ভূপেন উজীৰ
১৯৮৬ যুগে যুগে সংগ্ৰাম গৌৰী বৰ্মন ভূপেন হাজৰিকা
এই দেশ মোৰ দেশ শিৱপ্ৰসাদ ঠাকুৰ বসন্ত বৰদলৈ
ময়ূৰী শিৱপ্ৰসাদ ঠাকুৰ
আলায়াৰণ (বড়ো ভাষাত) জাংদাও বডোচা মোহিনী নাৰ্জীৰী ১৩ মাৰ্চ ৩৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সংবিধানৰ ৮ম অনুসূচী বহিৰ্ভূত ভাষাৰ শিতানত বড়ো ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰজত কমল বঁটা
পাপৰি জাহ্নু বৰুৱা সত্য বৰুৱা ২১ মাৰ্চ
বান চাৰুকমল হাজৰিকা নয়ন ৩৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল বঁটা
মধুচন্দা দাৰা আহমেদ নয়ন
সংকল্প হেম বৰা ড॰ ভূপেন হাজৰিকা
দীপজ্যোতি প্ৰদ্যুৎ বসু ৰমেন বৰুৱা
নিজৰা অমৰেন্দ্ৰ বৰদলৈ ওংকাৰ শৰ্মা
আৰতি অসীম দাস কুল বৰুৱা
মা ভবেন দাস ড॰ ভূপেন হাজৰিকা
এণ্টনী মোৰ নাম নিপ বৰুৱা ৰমেন বৰুৱা
১৯৮৭ হালধীয়া চৰায়ে বাওধান খায় জাহ্নু বৰুৱা সত্য বৰুৱা শ্ৰেষ্ঠ ছবিৰ স্বৰ্ণকমল বঁটা
প্ৰতিদান দাৰা আহমেদ ভূপেন উজীৰ
জেতুকী (চলচ্চিত্ৰ) চন্দ্ৰ তালুকদাৰ সুজিত সিংহ
জিউনি সিমাং (বড়ো ভাষাৰ ছবি) অমৰ হাজৰিকা
প্ৰতিমা নিপন গোস্বামী, মুনিন বৰুৱা অৰুণ দাস
প্ৰতিশোধ অমিত মৈত্ৰ ড॰ ভূপেন হাজৰিকা
প্ৰথম ৰাগিনী ধীৰু ভূঞা শেৰ চৌধুৰী ২ অক্টোবৰ শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
সূত্ৰপাত মৃদুল গুপ্তা বিভূৰঞ্জন চৌধুৰী
অ' চেনাই মুকুল দত্ত বিপুল বাহাদুৰ
১৯৮৮ পিতা-পুত্ৰ মুনিন বৰুৱা ভূপেন উজীৰ
আই মোৰ জনমে জনমে নিপ বৰুৱা অনুপম চৌধুৰী
ছিৰাজ ড॰ ভূপেন হাজৰিকা ড॰ ভূপেন হাজৰিকা
১৯৮৯ অজলা ককাই দ্বিবন বৰুৱা ৰমেন বৰুৱা
কোলাহল ড. ভবেন্দ্ৰ নাথ শইকীয়া মুকুল বৰুৱা শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল)
বৰদৈচিলা দাৰা আহমেদ ভূপেন উজীৰ
ভাই-ভাই বিজু ফুকন ভূপেন উজীৰ
শেৱালি শিৱপ্ৰসাদ ঠাকুৰ বসন্ত বৰদলৈ

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]