কোলাহল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কোলাহল
কোলাহল ডিভিডি ক'ভাৰ.jpg
পৰিচালক ভবেন্দ্ৰনাথ শইকীয়া
প্ৰযোজক ভবেন্দ্ৰনাথ শইকীয়া
কাহিনী ভবেন্দ্ৰনাথ শইকীয়া
ভিত্তি এন্দুৰ
(ভবেন্দ্ৰনাথ শইকীয়াৰ গল্প)
অভিনয়ত ৰুণু দেৱী ঠাকুৰ
অৰুণ নাথ ইত্যাদি
সংগীত পৰিচালক মুকুল বৰুৱা
চিত্ৰগ্ৰহণকাৰী কমল নায়ক
সম্পাদনা নিকুঞ্জ ভট্টাচাৰ্য
মুক্তি ১৯৮৯
দেশ অসম,  ভাৰত
ভাষা অসমীয়া


কোলাহল (The Turmoil) হৈছে ১৯৮৯ চনত মুক্তিপ্ৰাপ্ত ভবেন্দ্ৰনাথ শইকীয়া পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। শইকীয়াই ১৯৬৯ চনত লিখা এন্দুৰ নামৰ গল্পৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হয়।[1] চলচ্চিত্ৰখনত অভিনয় কৰে ৰুণু দেৱী ঠাকুৰ, অৰুণ নাথ, বিভূ ৰঞ্জন চৌধুৰী আদিয়ে। চলচ্চিত্ৰখনে ১৯৮৮ চনত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) লাভ কৰে।[2]

কাহিনী[সম্পাদনা কৰক]

অভিনয়ত[সম্পাদনা কৰক]


আৰু আৱাহন থিয়েটাৰৰ অভিনয়শিল্পীসকল[1]

কলা-কুশলী[সম্পাদনা কৰক]

  • প্ৰযোজনা/পৰিচালনা/কাহিনী/চিত্ৰনাট্য/সংলাপ- ভবেন্দ্ৰনাথ শইকীয়া
  • মুখ্য সহ পৰিচালনা- অৰুণ গুহ ঠাকুৰীয়া
  • সহ-পৰিচালনা- সঞ্জীৱ হাজৰিকা, বিদ্যুৎ চক্ৰৱৰ্তী, উৎপল দত্ত, সংগীতা শইকীয়া
  • প্ৰযোজনা নিয়ন্ত্ৰণ- প্ৰীতি শইকীয়া, ইন্দু ভূষণ গগৈ
  • সংগীত- মুকুল বৰুৱা
  • চিত্ৰগ্ৰহণ- কমল নায়ক
  • সম্পাদনা- নিকুঞ্জ ভট্টাচাৰ্য
  • শব্দগ্ৰহণ- পীয়ুষ কান্তি ৰয়, সতীশ চৌহান
  • কলা নিৰ্দেশনা- ফটিক বৰুৱা, নুৰুদ্দিন আহমেদ
  • সাজসজ্জা- সংগীতা শইকীয়া
  • ৰূপসজ্জা- দেৱী হালদাৰ[1]


সন্মান[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 "Kolahal". Rupali Parda. http://www.rupaliparda.com/english/Kolahal.htm। আহৰণ কৰা হৈছে: 7 এপ্ৰিল 2015. 
  2. 2.0 2.1 "Best Assamese Feature Film". Awards and Shows. http://www.awardsandshows.com/features/best-assamese-feature-film-570.html। আহৰণ কৰা হৈছে: 7 এপ্ৰিল 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]