কদমতলে কৃষ্ণ নাচে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
কদমতলে কৃষ্ণ নাচে
'Kadamtole Krishna Nache'
পৰিচালক সুমন হৰিপ্ৰিয়া
প্ৰযোজক সুমন হৰিপ্ৰিয়া
ৰঞ্জিত চক্ৰবৰ্তি
চিত্ৰনাট্য সুমন হৰিপ্ৰিয়া
অভিনয়ত সৌৰভ হাজৰিকা
তপন দাস
জয়ন্ত ভাগৱতী
ৰানু দেৱী
ৰূপশিখা
ষ্টুডিঅ’ হৰিপ্ৰিয়া প্ৰডাকচ্‌ন প্ৰাইভেট লিমিটেড
মুক্তি ২ চেপ্টেম্বৰ ২০০৫
দৈৰ্ঘ্য ১২৩ মিনিট [1]
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া


কদমতলে কৃষ্ণ নাচে (ইংৰাজী নাম: Krishna Dances under Kadam Tree) হৈছে, ২০০৫ চনৰ ২ চেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সুমন হৰিপ্ৰিয়া পৰিচালিত এই ছবিখনে '৫৩-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে[2]

প্লট[সম্পাদনা কৰক]

অভিনয় শিল্পী[সম্পাদনা কৰক]

  • সৌৰভ হাজৰিকা
  • তপন দাস
  • জয়ন্ত ভাগৱতী
  • ৰানু দেৱী
  • ৰূপশিখা

কাৰীকৰি খুঁটি-নাটি[সম্পাদনা কৰক]

  • ফিল্ম: ৩৫ মিমি

উদ্ধৃতি[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]