কদমতলে কৃষ্ণ নাচে
Jump to navigation
Jump to search
কদমতলে কৃষ্ণ নাচে | |
---|---|
![]() | |
পৰিচালক | সুমন হৰিপ্ৰিয়া |
প্ৰযোজক | সুমন হৰিপ্ৰিয়া ৰঞ্জিত চক্ৰবৰ্তি |
চিত্ৰনাট্য | সুমন হৰিপ্ৰিয়া |
অভিনয়ত | সৌৰভ হাজৰিকা তপন দাস জয়ন্ত ভাগৱতী ৰানু দেৱী ৰূপশিখা |
ষ্টুডিঅ’ | হৰিপ্ৰিয়া প্ৰডাকচ্ন প্ৰাইভেট লিমিটেড |
মুক্তি | ২ চেপ্টেম্বৰ ২০০৫ |
দৈৰ্ঘ্য | ১২৩ মিনিট [1] |
দেশ | ভাৰত ![]() |
ভাষা | অসমীয়া |
কদমতলে কৃষ্ণ নাচে (ইংৰাজী নাম: Krishna Dances under Kadam Tree) হৈছে, ২০০৫ চনৰ ২ চেপ্টেম্বৰত মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। সুমন হৰিপ্ৰিয়া পৰিচালিত এই ছবিখনে '৫৩-তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ'ৰ 'শ্ৰেষ্ঠ অসমীয়া ছবি'ৰ সন্মান লাভ কৰে[2]।
প্লট[সম্পাদনা কৰক]
অভিনয় শিল্পী[সম্পাদনা কৰক]
- সৌৰভ হাজৰিকা
- তপন দাস
- জয়ন্ত ভাগৱতী
- ৰানু দেৱী
- ৰূপশিখা
কাৰীকৰি খুঁটি-নাটি[সম্পাদনা কৰক]
- ফিল্ম: ৩৫ মিমি
উদ্ধৃতি[সম্পাদনা কৰক]
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|