সাগৰলৈ বহু দূৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সাগৰলৈ বহুদূৰ
(It's a Long Way to the Sea)
Sbd screenshot.jpg
চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট
পৰিচালক জাহ্নু বৰুৱা
ৰচনা জাহ্নু বৰুৱা
প্ৰযোজক জাহ্নু বৰুৱা
শৈলধৰ বৰুৱা
গায়ত্ৰী বৰুৱা
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
অৰুণ নাথ
কাশ্মীৰি শইকীয়া বৰুৱা
সুশান্ত বৰুৱা
চিত্ৰগ্ৰহণকাৰী পি. ৰঞ্জন
সম্পাদনা হেউ-এন বৰুৱা
সংগীত পৰিচালক সত্য বৰুৱা
পৰিবেশক ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড
মুক্তি
১৩ অক্টোবৰ ১৯৯৫ (1995-10-13)[1]
দৈৰ্ঘ্য
১০৬ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া

সাগৰলৈ বহুদূৰ (ইংৰাজী: Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।

প্ল'ট[সম্পাদনা কৰক]

চলচ্চিত্ৰখনৰ কাহিনী এজন নাৱৰীয়াৰ ওপৰত কেন্দ্ৰিত। পোৱাল হৈছে দিহিং নদীৰ পাৰৰ নেমুগুৰি গাঁৱৰ এজন নাৱৰীয়া। নদীখনৰ ওপৰত দলঙ নথকালৈকে নাও চলাই তেওঁ জীৱন-নিৰ্বাহ কৰি আছিল। তেওঁলোকৰ পৰিয়ালৰ কেইবাটাওপ্ৰজন্মই দিহিং নদীত নাও চলাই আহিছে। যেতিয়া চৰকাৰে নদীখনৰ ওপৰত দলঙ নিৰ্মাণৰ যো-জা কৰে, তেতিয়া তেওঁৰ জীৱনত বহু পৰিৱৰ্তন ঘটে।[1][2]

অভিনয়ত[সম্পাদনা কৰক]

ক্ৰম অভিনেতা / অভিনেত্ৰীৰ নাম চৰিত্ৰ
বিষ্ণু খাৰঘৰীয়া পোৱাল, নাৱৰীয়া
অৰুণ নাথ পোৱালৰ পুত্ৰ
কাশ্মীৰি শইকীয়া ৰুণুমী
মিৰেণ জমিদাৰ
সুশান্ত বৰুৱা সুমন
বৰুৱা বোৱাৰী
যতীন বৰা ....

বঁটা[সম্পাদনা কৰক]

  • শ্ৰেষ্ঠ পৰিচালক, ৰাষ্ট্ৰীয় বঁটা
  • গোল্ডেন ল'টাছ (Golden Lotus), ৰাষ্ট্ৰীয় বঁটা
  • শ্ৰেষ্ঠ ক্ষেত্ৰীয় কথাছৱি (Best Regional Film), ৰাষ্ট্ৰীয় বঁটা
  • বিষ্ণু খাৰঘৰীয়া উল্লিখিত, বিশ্ব শান্তি বঁটা (চিকাগ') (Special Mention for Bishnu Kharghoria, World Peace Prize (Chicago))
  • শ্ৰেষ্ঠ পৰিচালক (Brussels)
  • আন্তঃৰাষ্ট্ৰীয় FIPRESCI বঁটা (Singapore)
  • শ্ৰেষ্ঠ অভিনেতা (Singapore)
  • শ্ৰেষ্ঠ সঙ্গীত (Nantes), ভাৰতীয় পেন'ৰামা

কাৰিকৰী খুঁটি-নাটি[সম্পাদনা কৰক]

  • ফিল্ম: ৩৫ মিমি
  • পৰ্দাৰ অনুপাত: ১:১.৩৩[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 "সাগৰলৈ বহু দূৰৰ প্ল'ট". Jahnu Barua. ২০১১. http://jahnubarua.com/import/itsalongwaytothesea.html। আহৰণ কৰা হৈছে: October 13, 2012. 
  2. "The Indian Panorama, IFFI 1996, Delhi". http://theory.tifr.res.in/~sgupta/others/films95.html। আহৰণ কৰা হৈছে: 20 January 2010. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]