বিষ্ণু খাৰঘৰীয়া
Jump to navigation
Jump to search
বিষ্ণু খাৰঘৰীয়া | |
---|---|
![]() আজান ফকীৰৰ জীৱনীমূলক কাহিনীৰে নিৰ্মিত আজান ফকীৰ চাহেব নামৰ অসমীয়া চলচ্চিত্ৰখনত আজান ফকীৰৰ ৰূপত বিষ্ণু খাৰঘৰীয়া | |
জন্ম | ১৯৪৬ অসম, ভাৰত |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় ![]() |
পেচা | অভিনেতা |
বিষ্ণু খাৰঘৰীয়া (ইংৰাজী: Bishnu Khargharia) অসমীয়া চলচ্চিত্ৰ জগতৰ এজন অভিনেতা। তেখেতে বৰ্তমানলৈ বহুকেইখন অসমীয়া চলচ্চিত্ৰ আৰু নাটকত অভিনয় কৰিছে। তাৰে মাজৰ কেইখনমান চলচ্চিত্ৰ হ’ল:-
অসমীয়া চলচ্চিত্ৰত অভিনয়[সম্পাদনা কৰক]
- বৃষ্টি (১৯৭৪)
- সন্ধ্যাৰাগ (১৯৭৪)
- সোণমা (১৯৭৭)
- কল্লোল (১৯৭৮)
- বনানী (১৯৯০)
- ফিৰিঙতি (১৯৯২)
- আই ক’ত নাই
- সাগৰলৈ বহু দূৰ (১৯৯৫)
- সংস্কাৰ (১৯৯৭)
- জীৱন তৃষ্ণা
- দাগ (২০০১)
- নায়ক (২০০১)
- দমন (২০০১)[1]
- শেষ উপহাৰ
- বিধাতা
- বাৰুদ (২০০৪)
- অন্তহীন যাত্ৰা (২০০৪)
- জয়মতী (২০০৬)
- বসুন্ধৰা (২০১০)
- জেতুকা পাতৰ দৰে (২০১১)
- ৰামধেনু (২০১১)
- বান্ধোন (২০১২)
- জাতিঙ্গা ইত্যাদি
- পখী
- কণিকাৰ ৰামধেনু
- অদাহ্য
- বৰলাৰ ঘৰ
- আজান ফকীৰ চাহেব
- বহ্নিমান
- ৰত্নাকৰ (২০১৯)
- প্ৰতিঘাত (২০১৯)
বঁটা[সম্পাদনা কৰক]
বিষ্ণু খাৰঘৰীয়াই ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ১৯৯৫ চনত আৰু ২০১২ চনত ক্ৰমে সাগৰলৈ বহু দূৰ আৰু বান্ধোন চলচ্চিত্ৰ খনৰ বাবে লাভ কৰিছিল। ১৯৯৬ চনত তেখেতে ছিংগাপুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সাগৰলৈ বহু দূৰত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান লাভ কৰিছিল। আনহাতে ২০১২ চনৰ প্ৰাগ চিনে বঁটাৰ জীৱনজোৰা সাফল্যৰ সন্মান তেখেতে লাভ কৰিছিল।[2] ২০১৯ চনত তেখেতে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা বিজু ফুকন বঁটা লাভ কৰে। [3]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ Bishnu Kharghoria filmography
- ↑ "Bishnu Kharghoria" (en ভাষাত). https://www.imdb.com/name/nm0451440/awards.
- ↑ "Biju Phukan Award Goes To Veteran Actor Bishnu Kharghoria" (en-US ভাষাত). 2019-02-13. https://www.sentinelassam.com/guwahati-city/biju-phukan-award-goes-to-veteran-actor-bishnu-kharghoria/.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|