সমললৈ যাওক

নায়ক (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নায়ক
পৰিচালক মুনিন বৰুৱা
চিত্ৰনাট্য মুনিন বৰুৱা
কাহিনী মুনিন বৰুৱা
প্ৰযোজক মেৰী লস্কৰ
অভিনয়ত যতীন বৰা
ৰবি শৰ্মা
জেৰিফা ৱাহিদ
চিত্ৰগ্ৰহণকাৰী মৃণাল কান্তি দাস
সম্পাদনা এ শ্ৰীকৰ প্ৰসাদ
সংগীত পৰিচালক জুবিন গাৰ্গ
পৰিবেশক পূজা মোশ্যন পিকচাৰ্ছ
মুক্তি
৩০ নৱেম্বৰ, ২০০১
দেশ  ভাৰত
ভাষা অসমীয়া
বাজেট ₹ ১.৫০ লাখ [1]
সৰ্বমুঠ আয়-45 কোটি টকা ₹ ৫৭ লাখ [2]

নায়ক হৈছে ২০০১ চনত মুক্তি লাভ কৰা এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক ড্ৰামা। চলচ্চিত্ৰ খন পৰিচালনা কৰিছিল মুনিন বৰুৱাই আৰু প্ৰযোজনা কৰিছিল মেৰী লস্কৰে পূজা মোশ্যন পিকচাৰ্ছৰ বেনাৰত। সংগীত পৰিচালনা আছিল জুবিন গাৰ্গৰ। মুখ্য ভূমিকাত অভিনয় কৰিছিল যতীন বৰা, ৰবি শৰ্মা আৰু জেৰিফা ৱাহিদ। এই চলচ্চিত্ৰখনৰ বাবে মুনিন বৰুৱাই সেই বৰ্ষৰ “শ্ৰেষ্ঠ পৰিচালক” ৰ বঁটা লাভ কৰিছিল।[3][4]

অভিনয়ত

[সম্পাদনা কৰক]
নায়ক
চলচ্চিত্ৰ সংগীত
মুক্তি ২০০১
শৈলী/ধৰণ বোলছবি সংগীত
ভাষা অসমীয়া
লেবেল পূজা মোশ্যন পিকচাৰ্ছ
পৰিচালক জুবিন গাৰ্গ
প্ৰযোজক মেৰী লস্কৰ
জুবিন গাৰ্গ কালক্ৰম
দাগ
(২০০১)
নায়ক
(২০০১)
প্ৰেম আৰু প্ৰেম (২০০২)

চলচ্চিত্ৰখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে। গীতৰ কথা আছিল হেমন্ত দত্ত, জুবিন গাৰ্গ আৰু দিগন্ত ভাৰতীৰ। কণ্ঠশিল্পী সকল আছিল জুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ, শাশ্বতী ফুকন, অৰ্ণৱ চক্ৰৱৰ্তী, ছান আৰু পামেলা জৈন।

গীতৰ তালিকা
নং শিৰোনামগীতিকাৰগায়ক/গায়িকা দৈৰ্ঘ্য
1. "মতলীয়া বতাহে"  হেমন্ত দত্তজুবিন গাৰ্গ, মহালক্ষ্মী আয়াৰ ৫:১৪
2. "লাহে - লাহে"  দিগন্ত ভাৰতীজুবিন গাৰ্গ, শাশ্বতী ফুকন ৫:০০
3. "মনতে নো আজি"  জুবিন গাৰ্গজুবিন গাৰ্গ, অৰ্ণৱ চক্ৰৱৰ্তী ৪:৩৪
4. "কিনো সুৰীয়া"  হেমন্ত দত্তজুবিন গাৰ্গ, পামেলা জৈন ৪:৫০
5. "নায়ক হ'ব খুজি"  হেমন্ত দত্তজুবিন গাৰ্গ ৫:৪৪
6. "মন গহনত"  জুবিন গাৰ্গজুবিন গাৰ্গ, ছান, পামেলা জৈন ৫:৩৯
7. "(থীম্) নায়ক"  জুবিন গাৰ্গজুবিন গাৰ্গ ২:৫৫

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Nayak (2001)". Imdb.com. https://m.imdb.com/title/tt8188914/?ref_=m_nm_knf_i4 আহৰণ কৰা হৈছে: ০৩ মে ২০২০.
  2. "কোনখন অসমীয়া ছবি সফল?? ভাল দিন আহিছেনে অসমীয়া ছবিৰ??". Rupaliparda. Archived from the original on 2020-04-03. https://web.archive.org/web/20200403162204/https://rupaliparda.com/archives/11416 আহৰণ কৰা হৈছে: ২৩ এপ্ৰিল ২০২০.
  3. "সফল পৰিচালক ও চিত্ৰনাট্যকাৰঃ মুনীন বৰুৱা-". rupaliparda.com. ০৩ মে ২০২০. http://rupaliparda.com/archives/3195 আহৰণ কৰা হৈছে: ০৩ মে ২০২০.
  4. "Released Assamese Feature Films". enajori.com. ২৩ চেপ্টেম্বৰ ২০১৬. Archived from the original on 2016-09-16. https://web.archive.org/web/20160916232427/http://www.enajori.com/?page_id=589 আহৰণ কৰা হৈছে: ২৩ চেপ্টেম্বৰ ২০১৬.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]